ETV Bharat / bharat

ঝাৰখণ্ড খনি কেলেংকাৰীত এজনক গ্ৰেপ্তাৰ - ঝাৰখণ্ডৰ খনি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

ঝাৰখণ্ড EDয়ে অভিযান চলাই খনি কেলেংকাৰীৰ অভিযুক্ত মধ্যস্থতাকাৰী প্ৰেম প্ৰকাশক গ্ৰেপ্তাৰ কৰে (ED has arrested Prem Prakash)। প্ৰেম প্ৰকাশ বাসগৃহ আৰু কাৰ্যালয়ত EDয়ে অভিযান চলাই AK47 আৰু ৬০ টা খালী কাৰ্টিজ জব্দ কৰে । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ৰাজনৈতিক সহায়ক পংকজ মিশ্ৰ আৰু বাচ্ছু যাদৱক সোধা-পোছাৰ পিছতে এই তালাচী চলোৱা হৈছিল ।

ED
ঝাৰখণ্ড খনি কেলেংকাৰীত এজনক গ্ৰেপ্তাৰ
author img

By

Published : Aug 25, 2022, 1:15 PM IST

  • ঝাৰখণ্ডৰ খনি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ
  • EDৰ হাতত গ্ৰেপ্তাৰ মধ্যস্থতাকাৰী প্ৰেম প্ৰকাশ
  • প্ৰেম প্ৰকাশৰ কেইবাটাও সম্পত্তিত EDৰ অভিযান
  • প্ৰেম প্ৰকাশৰ ফ্লেট আৰু কাৰ্যালয়ত EDৰ অভিযান
  • অভিযানৰ অন্তত গ্ৰেপ্তাৰ প্ৰেম প্ৰকাশ
  • ২টা AK47 আৰু ৬০ টা খালী কাৰ্টিজ জব্দ
  • EDয়ে ঝাৰখণ্ড, বিহাৰ, তামিলনাডু আৰু দিল্লীত অভিযান চলাই আছে
  • EDয়ে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ৰাজনৈতিক সহায়ক পংকজ মিশ্ৰকো সোধা-পোছা কৰিছিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.