ETV Bharat / bharat

নিৰ্বাচনী আচৰণ বিধি উলংঘণ : শুভেন্দু অধিকাৰীলৈ নিৰ্বাচন আয়োগৰ জাননী - নিৰ্বাচনী আচৰণ বিধি

নিৰ্বাচনী আচৰণ বিধি উলংঘণ কৰাৰ অভিযোগত শুভেন্দু অধিকাৰীলৈ নিৰ্বাচন আয়োগৰ জাননী ৷ 29 মাৰ্চত কৰা এক মন্তব্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন আয়োগে পশ্চিম বংগৰ বিজেপি নেতা গৰাকীলৈ জাননী জাৰি কৰিছে ৷

ec issues notice to Suvendu Adhikari for violation of model code
শুভেন্দু অধিকাৰীলৈ নিৰ্বাচন আয়োগৰ জাননী
author img

By

Published : Apr 8, 2021, 10:43 PM IST

নেশ্যনেল ডেস্ক, 8 এপ্ৰিল: নিৰ্বাচনী আচৰণ বিধি উলংঘণ কৰাৰ অভিযোগত ভাৰতীয় নিৰ্বাচন আয়োগে পশ্চিম বংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰীক এক জাননী জাৰি কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্বাচন আয়োগে শুভেন্দু অধিকাৰীক 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ 29 মাৰ্চত শুভেন্দু অধিকাৰীয়ে কৰা এক মন্তব্যৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন আয়োগে তেওঁলৈ জাননী জাৰি কৰিছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈও এক জাননী জাৰি কৰি ইয়াৰ উত্তৰ বিচাৰিছিল ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচন 2021 : সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু পশ্চিমবংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.