ETV Bharat / bharat

Watermelon Benefits: গ্ৰীষ্মকালীন ফল তৰমুজৰ আছে এইসমূহ আচৰিত গুণাগুণ

author img

By

Published : Mar 30, 2023, 11:11 AM IST

তৰমুজ অতি সোৱাদযুক্ত তথা এবিধ স্বাস্থ্যকৰ ফল(Watermelon)। তৰমুজ পানীৰে ভৰপূৰ হয় । ই ছালৰ বহু উপকাৰিতা সাধন কৰে । ই আমাৰ ছালৰ বাবে কেনেদৰে উপকাৰী সেই বিষয়ে সবিশেষ জানো আহক ।

Eating watermelon in summer will give these benefits not only to health but also to the skin
গ্ৰীষ্মকালীন ফল তৰমুজৰ আছে এইসমূহ আচৰিত গুণাগুণ

গ্ৰীষ্মকালত পানীৰে সমৃদ্ধ খাদ্য স্বাস্থ্যৰ বাবে অতি উপকাৰী । এইটো খোৱাৰ পিছত আপুনি সতেজ অনুভৱ কৰে । আপোনাক শীতল কৰি ৰখাত সহায় কৰে । ইহঁতে কেৱল আপোনাক হাইড্ৰেটেড কৰি ৰখাই নহয় । বৰঞ্চ আপোনাৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰ সাধন কৰে । তৰমুজ খালে আপোনাৰ ছালে বহু ধৰণে উপকাৰিতা লাভ কৰে । ইয়াৰ ফলত ছালখন ৰ’দত পোৰাৰ পৰা ৰক্ষা পৰে । ব্ৰণৰ সমস্যাৰ পৰা মুক্তি লাভত সহায় কৰে ।

ইয়াত তৰমুজৰ কিছু সৌন্দৰ্য উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হৈছে । এই উপকাৰিতাৰ বাবে খাদ্যত তৰমুজো অন্তৰ্ভুক্ত কৰিব পাৰে । তৰমুজ খোৱাটো স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী হয় জানো আহক ।

ভিটামিন C

তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে । এইখিনি খালে ছালখন জিলিকি থকাত সহায় কৰে । গ্ৰীষ্মকালত খালে ছালত গভীৰ পুষ্টি লাভ কৰে । সেইবাবেই গৰমৰ দিনত তৰমুজ খাব পাৰে ।

ছালখন হাইড্ৰেটেড বা সতেজ কৰি ৰাখে

তৰমুজৰ হাইড্ৰেটিং গুণ আছে । সেয়ে তৰমুজ খালে ছালখন মইশ্ব’ৰাইজ হৈ থাকে(Watermelon Benefits)। ই ছালখন সুস্থ আৰু শৰীৰত পানীৰ অভাৱ দূৰ কৰাত সহায় কৰে ।

ছালখন শান্ত কৰে

গ্ৰীষ্মকালত তৰমুজ খালে ছালখনক ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে । বহু সময়ত ৰ’দৰ সংস্পৰ্শলৈ অহাৰ বাবে ছালত ৰ’দত পোৰা আৰু জ্বলা-পোৰাৰ সমস্যা দেখা দিয়ে । এনে ক্ষেত্ৰত তৰমুজে ছালত শান্ত কৰা প্ৰভাৱ পেলায়(Watermelon Nutrition)।

বলিৰেখা দূৰ কৰে

তৰমুজত এন্টিঅক্সিডেন্ট গুণ আছে । ইয়াত ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । এন্টিঅক্সিডেন্ট গুণে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা হ'ব পৰা ছালৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । ইয়াৰ ফলত মিহি ৰেখা তথা বলিৰেখা দূৰ কৰাত সহায় কৰে(Skin Care Tips)।

সুস্থ ছাল

তৰমুজ ভিটামিন A, B আৰু Cৰ উৎকৃষ্ট উৎস । ই ছালখনক সুস্থ আৰু পুষ্টি প্ৰদান কৰাৰ কাম কৰে । এই ভিটামিনে কলাজেন উৎপাদনত সহায় কৰে । ইয়াৰ ফলত ছালখন জিলিকি থকাত সহায় কৰে । ই দাগ কম কৰে(Healthy Skin Care)।

চেবাম উৎপাদন নিয়ন্ত্ৰণ কৰে

তৰমুজত ভিটামিন এ থাকে । ইয়াৰ ফলত ছালৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণত সহায়ক হয় । ই গ্ৰীষ্মকালত ব্ৰেকআউট আৰু ব্ৰণৰ সম্ভাৱনা হ্ৰাস কৰে(Healthy Skin Care Tips)।

লগতে পঢ়ক: Vitamin D deficiency: ভিটামিন Dৰ অভাৱ দূৰ কৰিবলৈ পান কৰক এইসমূহ স্বাস্থ্যকৰ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.