ETV Bharat / bharat

Watermelon Benefits: গ্ৰীষ্মকালীন ফল তৰমুজৰ আছে এইসমূহ আচৰিত গুণাগুণ - তৰমুজ ভিটামিন A

তৰমুজ অতি সোৱাদযুক্ত তথা এবিধ স্বাস্থ্যকৰ ফল(Watermelon)। তৰমুজ পানীৰে ভৰপূৰ হয় । ই ছালৰ বহু উপকাৰিতা সাধন কৰে । ই আমাৰ ছালৰ বাবে কেনেদৰে উপকাৰী সেই বিষয়ে সবিশেষ জানো আহক ।

Eating watermelon in summer will give these benefits not only to health but also to the skin
গ্ৰীষ্মকালীন ফল তৰমুজৰ আছে এইসমূহ আচৰিত গুণাগুণ
author img

By

Published : Mar 30, 2023, 11:11 AM IST

গ্ৰীষ্মকালত পানীৰে সমৃদ্ধ খাদ্য স্বাস্থ্যৰ বাবে অতি উপকাৰী । এইটো খোৱাৰ পিছত আপুনি সতেজ অনুভৱ কৰে । আপোনাক শীতল কৰি ৰখাত সহায় কৰে । ইহঁতে কেৱল আপোনাক হাইড্ৰেটেড কৰি ৰখাই নহয় । বৰঞ্চ আপোনাৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰ সাধন কৰে । তৰমুজ খালে আপোনাৰ ছালে বহু ধৰণে উপকাৰিতা লাভ কৰে । ইয়াৰ ফলত ছালখন ৰ’দত পোৰাৰ পৰা ৰক্ষা পৰে । ব্ৰণৰ সমস্যাৰ পৰা মুক্তি লাভত সহায় কৰে ।

ইয়াত তৰমুজৰ কিছু সৌন্দৰ্য উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হৈছে । এই উপকাৰিতাৰ বাবে খাদ্যত তৰমুজো অন্তৰ্ভুক্ত কৰিব পাৰে । তৰমুজ খোৱাটো স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী হয় জানো আহক ।

ভিটামিন C

তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে । এইখিনি খালে ছালখন জিলিকি থকাত সহায় কৰে । গ্ৰীষ্মকালত খালে ছালত গভীৰ পুষ্টি লাভ কৰে । সেইবাবেই গৰমৰ দিনত তৰমুজ খাব পাৰে ।

ছালখন হাইড্ৰেটেড বা সতেজ কৰি ৰাখে

তৰমুজৰ হাইড্ৰেটিং গুণ আছে । সেয়ে তৰমুজ খালে ছালখন মইশ্ব’ৰাইজ হৈ থাকে(Watermelon Benefits)। ই ছালখন সুস্থ আৰু শৰীৰত পানীৰ অভাৱ দূৰ কৰাত সহায় কৰে ।

ছালখন শান্ত কৰে

গ্ৰীষ্মকালত তৰমুজ খালে ছালখনক ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে । বহু সময়ত ৰ’দৰ সংস্পৰ্শলৈ অহাৰ বাবে ছালত ৰ’দত পোৰা আৰু জ্বলা-পোৰাৰ সমস্যা দেখা দিয়ে । এনে ক্ষেত্ৰত তৰমুজে ছালত শান্ত কৰা প্ৰভাৱ পেলায়(Watermelon Nutrition)।

বলিৰেখা দূৰ কৰে

তৰমুজত এন্টিঅক্সিডেন্ট গুণ আছে । ইয়াত ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । এন্টিঅক্সিডেন্ট গুণে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা হ'ব পৰা ছালৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ কাম কৰে । ইয়াৰ ফলত মিহি ৰেখা তথা বলিৰেখা দূৰ কৰাত সহায় কৰে(Skin Care Tips)।

সুস্থ ছাল

তৰমুজ ভিটামিন A, B আৰু Cৰ উৎকৃষ্ট উৎস । ই ছালখনক সুস্থ আৰু পুষ্টি প্ৰদান কৰাৰ কাম কৰে । এই ভিটামিনে কলাজেন উৎপাদনত সহায় কৰে । ইয়াৰ ফলত ছালখন জিলিকি থকাত সহায় কৰে । ই দাগ কম কৰে(Healthy Skin Care)।

চেবাম উৎপাদন নিয়ন্ত্ৰণ কৰে

তৰমুজত ভিটামিন এ থাকে । ইয়াৰ ফলত ছালৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণত সহায়ক হয় । ই গ্ৰীষ্মকালত ব্ৰেকআউট আৰু ব্ৰণৰ সম্ভাৱনা হ্ৰাস কৰে(Healthy Skin Care Tips)।

লগতে পঢ়ক: Vitamin D deficiency: ভিটামিন Dৰ অভাৱ দূৰ কৰিবলৈ পান কৰক এইসমূহ স্বাস্থ্যকৰ পানীয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.