ETV Bharat / bharat

Egg Benefits: আপুুনি কণী খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে - মানসিক চাপৰ পৰা কেনেকৈ উপশম পাব পাৰি

"চান ডে্ হো য়া মান ডে্ ৰৌজ খাৱ আণ্ডে", আমি পূৰ্বৰে পৰা চিকিৎসক, পুষ্টিবিদ, বিজ্ঞাপনত সকলোতে দেখি শুনি আহিছো যে কণী আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ৷ এক গৱেষণাত পোহৰলৈ আহিছে যে, কণীৰ কুহুমত কলিন আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে আপোনাৰ মানসিক চাপ, উদ্বেগ আৰু খিংখিঙীয়া ভাৱ দূৰ কৰাত সহায় কৰে । সবিশেষ পঢ়ক...

Eating eggs daily is very beneficial not only for health but also for the brain
আপুুনি কণী খাই ভাল পাই নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে
author img

By

Published : Feb 21, 2023, 3:20 PM IST

যদি আপুনি কণী খাই ভাল পায়, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ হ’ল যে, যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে পুৱা ব্ৰেকফাষ্টত কণী খায়, তেন্তে তেওঁ গোটেই দিনটো মানসিকভাৱে চাপমুক্ত হৈ থাকে (Egg Benefits)। আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যনৰ গৱেষকৰ মতে কণীত প্ৰচুৰ পৰিমাণে ভিটামিন B6 আৰু মেগনেছিয়াম থাকে । ভিটামিন B6 য়ে শৰীৰত চেৰ’টনিন নামৰ হৰম’নৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ ফলত মানুহ সুখী অনুভৱ হয় । কণীত থকা প্ৰটিনে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে (Is it good to eat egg everyday?)।

যিদৰে সকলোৱে জানে যে, যেতিয়া চেনিৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া ব্যক্তিজনৰ মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায় । এই দৃষ্টিকোণৰ পৰাও কণী খোৱাটো উপকাৰী বুলি প্ৰমাণিত হৈছে । মেগনেছিয়ামে ব্যক্তিজনৰ কৰ্মক্ষমতা বৃদ্ধি কৰি মানসিক চাপৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰ আৰু মনক শক্তি প্ৰদান কৰে (What are 10 benefits of eating eggs?)।

দৈনিক কণী খোৱাটো কেৱল স্বাস্থ্যৰ বাবেই নহয় মগজুৰ বাবেও অতি উপকাৰী । কণীৰ কুহুমত কলিন আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে মানসিক চাপ, অস্থিৰতা আৰু খিংখিঙীয়া ভাৱ দূৰ কৰাত সহায় কৰে ।

আমিষভোজী লোকসকলে মানসিক চাপৰ পৰা উপশম পাবলৈ খাদ্য তালিকাত দৈ, সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূলৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব কৰাটো উচিত (boiled egg benefits)। ভাৰতীয় অনুমোদিত আহাৰ অনুসৰি, প্ৰতিদিনে 300 মিগ্ৰা পৰ্যন্ত কলেষ্টেৰল গ্ৰহণ কৰাটো শৰীৰৰ বাবে লাভদায়ক । এটা কণীয়ে আপোনাক শৰীৰক প্ৰায় ১৮৩ মিগ্ৰা পুষ্টি প্ৰদান কৰে আৰু যিসকলে ডায়েটৰ বাবে ব্যায়াম কৰে তেওঁলোকৰ বাবে ই অত্যন্ত উপকাৰী (Proven Health Benefits of Eating Eggs)।

চিকিৎসকৰ মতামত

চিকিৎসকে আগবঢ়োৱা মতামত অনুসৰি এই গৱেষণা একেবাৰে শুদ্ধ । কণীত পোৱা ভিটামিন B6 মানসিক চাপ দূৰ কৰাত সহায় কৰে । সেইবাবেই পুৱা ব্ৰেকফাষ্টত কণী খোৱাটো যথেষ্ট উপকাৰী (benefits of eggs for breakfast)। যদি কাৰোবাৰ কলেষ্টেৰলৰ মাত্ৰা অধিক হয়, তেন্তে কণীৰ কুহুম তেওঁৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, তেনে লোকে কেৱল বগা অংশটোহে গ্ৰহণ কৰাটো উচিত । তেতিয়া হ'লে পলম কিহৰ, যদি আপুনি আমিষভোজী, তেন্তে খাদ্য তালিকাত নিয়মিতভাৱে অন্তৰ্ভুক্ত কৰক কণীক ।

লগতে পঢ়ক: Constipation: দৈনিক এই ৫বিধ ৰস খাওক, কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.