ETV Bharat / bharat

Food for Healthy Liver: যকৃতৰ ক্ষতিৰ সম্ভাৱনা ৰোধ কৰিব এই ৫বিধ খাদ্যই

যকৃত আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ অবিহনে আমি জীৱনৰ কল্পনাও কৰিব নোৱাৰো কাৰণ ই আমাৰ শৰীৰৰ বহু কামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । জানো আহক ইয়াৰ সুস্থ কৰি ৰাখিবলৈ আমি কি কৰা উচিত ৷

author img

By

Published : Apr 28, 2023, 10:51 AM IST

Eat these 5 foods reduces the risk of liver damage
যকৃতৰ ক্ষতিৰ সম্ভাৱনা ৰোধ কৰিব এই ৫বিধ খাদ্যই

যকৃত বা লিভাৰ এক শক্তিশালী অংগ, ই প্ৰ'টিন, কলেষ্টৰেল আৰু পিত্ত উৎপাদনৰ পৰা আৰম্ভ কৰি ভিটামিন, খনিজ পদাৰ্থ আনকি কাৰ্বহাইড্ৰেট সংৰক্ষণলৈকে বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে (Food For Healthy Liver Function)। ইয়াৰ উপৰিও ই মদ, ড্ৰাগছ আৰু বিপাকীয় ক্ৰিয়াৰ প্ৰাকৃতিক উপজাত আদি বিষাক্ত পদাৰ্থ ভাঙি পেলায় (Liver Damage)। আপোনাৰ যকৃতক ভাল অৱস্থাত ৰখাটো সুস্বাস্থ্য বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ (Food for Healthy Liver)। আহক, আজি আমি আপোনালোকক জনাইছো যে লিভাৰ সুস্থ কৰি ৰাখিবলৈ কোনবোৰ ৫বিধ খাদ্য খোৱাটো প্ৰয়োজনীয় জানি লওক-

যকৃতৰ বাবে স্বাস্থ্যকৰ খাদ্য

১/ আঙুৰ

আঙুৰত বহুতো উপকাৰী প্লান্ট কম্পাউড থাকে (Food For Healthy Liver)। ইয়াৰে আটাইতকৈ বিখ্যাত হ’ল ৰেচভেৰাট্ৰল যাৰ বহু স্বাস্থ্য উপকাৰিতা আছে (Grapes)। কেইবাটাও পশুৰ ওপৰত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে আঙুৰ আৰু আঙুৰৰ ৰসে যকৃতৰ বাবে উপকাৰ সাধন কৰিব পাৰে, যকৃতৰ প্ৰদাহ হ্ৰাস কৰা, যকৃতৰ ক্ষতি ৰোধ কৰা, এন্টিঅক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰা আদি (Food For Liver)।

২/ চৰ্বিযুক্ত মাছ

চৰ্বিযুক্ত মাছত ওমেগা-৩ ফেটি এচিড থাকে, যিবোৰ স্বাস্থ্যকৰ চৰ্বি যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰে । ওমেগা-৩ সমৃদ্ধ চৰ্বিযুক্ত মাছ খোৱাটো আপোনাৰ যকৃতৰ বাবে যথেষ্ট উপকাৰী (Fatty Fish)।

৩/ কফি

কফি অন্যতম উত্তম পানীয় যাৰ সহায়ত আপুনি যকৃতৰ স্বাস্থ্য বজাই ৰাখিব পাৰে (Coffee)। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে কফি খালে যকৃতৰ ৰোগৰ পৰা ৰক্ষা পৰে, আনকি ইতিমধ্যে এই অংগটোৰ সমস্যা থকা লোকৰ ক্ষেত্ৰতো (Liver Function)। ই চিৰ’ছিছ, লিভাৰৰ ক্ষতি আৰু লিভাৰ কেন্সাৰৰ পৰা ৰক্ষা কৰে ।

৪/ বাদাম

বাদামত চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু বহুতো উপকাৰী উদ্ভিদ ভিত্তিক যৌগ থাকে যিয়ে আমাৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে (Liver Disease)। বাদাম কেৱল হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেই নহয়, যকৃতৰ বাবেও উপকাৰী । ইয়াক সেৱন কৰিলে চৰ্বিযুক্ত যকৃতৰ (Fatty Liver) সম্ভাৱনা হ্ৰাস পাব পাৰে (Nuts)।

৫/ বিটৰ ৰস

বিটৰ ৰস সদায় স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে (Beetroot Juice)। এন্দুৰৰ ওপৰত কৰা কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে এই ৰসে যকৃতৰ অক্সিডেটিভ ক্ষতি আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰাৰ লগতে প্ৰাকৃতিক বিষমুক্তকৰণ এনজাইম বৃদ্ধি কৰে (Eat these 5 foods reduces the risk of liver damage)। সেইবাবেই দৈনিক এগিলাচ বিটৰ ৰস খোৱাটো উপকাৰী(Healthy Liver)।

লগতে পঢ়ক: Mango soaked in water: আম খোৱাৰ পূৰ্বে পানীত ডুবাই ৰখাটো কিয় জৰুৰী ? আয়ুৰ্বেদ চিকিৎসকৰ পৰা ইয়াৰ উপকাৰিতা সম্পৰ্কে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.