ETV Bharat / bharat

6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত - ঘটনা

ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷

6.1 ৰিখটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ বিভিন্ন অঞ্চলত

author img

By

Published : Feb 12, 2021, 11:02 PM IST

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী : ভাৰতৰ অধিকাংক্ষ অঞ্চলত ভূমিকম্পৰ প্ৰৱল জোকাৰণি ৷ 10 বাজি 34 মিনিটত প্ৰবল জোকাৰণি সংঘটিত হয় দিল্লী, হাৰিয়ানা, উত্তৰাখণ্ড আৰু জম্মু-কাশ্মীৰত ৷ পঞ্জাৱৰ অমৃতসৰত ভূমিকম্পৰ মুল কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য় অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য 6.1 ৰিখটাৰ স্কেল ৷ ঘটনাৰ ক্ষয়-ক্ষতিৰ পৰিমান বৰ্তমালৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.