ETV Bharat / bharat

দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ - ক’ভাক্সিন

দেশত কৰ’ণাৰ প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন ডিজিআইৰ ৷ দেওবাৰে সংবাদমেলযোগে ঘোষণা এই কথা ৷

Coronavirus vaccine recommendation
দেশত ক’ভিড প্ৰতিষেধক ব্যৱহাৰত অনুমোদন ডিজিআইৰ
author img

By

Published : Jan 3, 2021, 12:15 PM IST

নতুন দিল্লী,3 জানুৱাৰী: ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’ল জেনেৰেল ডাঃ বেণুগোপালজী ছ’মানীয়ে কৰ’ণাৰ প্ৰতিষেধক সম্পৰ্কত দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰে ৷ হায়দৰাবাদত অৱস্থিত ভাৰতীয় বায়টেকে প্ৰস্তুত কৰিছে ক’ভাক্সিন নামৰ প্ৰতিষেধকবিধ ৷ ইফালে ছেৰম ইনষ্টিটিউটে প্ৰস্তুত কৰিছে ক’ভাছিল্ড নামৰ আন এবিধ প্ৰতিষেধক ৷ এই দুয়োবিধ প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদন প্ৰদান কৰিছে ডিজিআইয়ে ৷

লগতে চাওকঃ ক‘ভেক্সিন সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰিব ডিজিআইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.