ETV Bharat / bharat

ডিআৰডিঅ'ৰ প্ৰচেষ্টাত বিকশিত ইছ'থাৰ্মেল ফৰ্জিং প্ৰযুক্তি - isothermal forging technology

এয়াৰক্ৰাফ্ট ইঞ্জিনৰ বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কামত ব্যৱহৃত ইছ'থাৰ্মেল ফৰ্জিং প্ৰযুক্তিৰ বিকাশ কৰিলে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ।

DRDO has established a near isothermal forging technology
ডিআৰডিঅ'ৰ প্ৰচেষ্টাত বিকশিত ইছ'থাৰ্মেল ফৰ্জিং প্ৰযুক্তি
author img

By

Published : May 29, 2021, 1:33 PM IST

নেশ্যনেল ডেস্ক,২৯ মে': প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বিকশিত কৰিছে অত্যাধুনিক ইছ'থাৰ্মেল ফৰ্জিং প্ৰযুক্তি । এয়াৰক্ৰাফ্ট ইঞ্জিনৰ গুৰুত্বপূৰ্ণ সামগ্ৰী নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয় এই প্ৰযুক্তি । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই জানিবলৈ দিয়া মতে, তেওঁলোকে ২ হাজাৰ মেট্ৰিক টন ইছ'থাৰ্মেল ফৰ্জ প্ৰেছ ব্যৱহাৰ কৰি উচ্চ চাপৰ কম্প্ৰেচাৰ ডিস্কৰ পাঁচোটা স্তৰ প্ৰস্তুত কৰাৰ বাবে এই প্ৰযুক্তিৰ বিকাশ সাধন কৰিছে ।

এয়াৰক্ৰাফ্টৰ ইঞ্জিনৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে ই এক গুৰুত্বপূৰ্ণ প্ৰযুক্তি । এয়াৰক্ৰাফ্টৰ ইঞ্জিনৰ বিভিন্ন উপাদান প্ৰস্তুতৰ বাবে এই প্ৰযুক্তি বিকশিত কৰাৰ পিছতে বিশ্বৰ আগশাৰীৰ এয়াৰক্ৰাফ্টৰ ইঞ্জিন নিৰ্মাতাৰ সৈতে ফেৰ মাৰিব পাৰিছে ভাৰতে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.