ETV Bharat / bharat

ৰাম মন্দিৰৰ বাবে 1.11 লাখ টকাৰ বৰঙণি প্ৰদান কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ

author img

By

Published : Jan 18, 2021, 10:38 PM IST

অযোধ্যাত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ৰাম মন্দিৰৰ বাবে 1.11 লাখ টকা দান কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ সাহাৰ্য পুঁজি একাউণ্টত এখন চেক প্ৰেৰণ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

Digvijaya Singh
দিগ্বিজয় সিং

নেশ্যনেল ডেস্ক,18 জানুৱাৰী : মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে সোমবাৰে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে বৰঙণি হিচাপে দান কৰে 1.11 লাখ টকা ৷

কংগ্ৰেছ নেতা গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সাহাৰ্য পুঁজি একাউণ্টত এখন চেক প্ৰেৰণ কৰি কয় যে, এই ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰাৰ আশা প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰও প্ৰেৰণ কৰে ৷

Digvijaya Singh donates for Ram Temple
ৰাম মন্দিৰৰ বাবে বৰঙণি প্ৰদান কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ

বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ দান বৰঙণিক লৈ 44 দিনীয়া অভিযান চলোৱাৰ মাজতে আন একাংশই ৰাম মন্দিৰৰ নামত চোৰাংভাৱে হিংসাত্মক উপায় অৱলম্বন কৰি ধন সংগ্ৰহ কৰা বুলি কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে উল্লেখ কৰে ৷ লগতে তেওঁ পুঁজি সংগ্ৰহৰ বাবে হিংসাত্মক উপায় ব্যৱহাৰ কৰি থকা সংগঠনসমূহৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰোপৰি, তেওঁ বিশ্ব হিন্দু পৰিষদক সংগ্ৰহ কৰা পুঁজিৰ ৰেকৰ্ড ৰাজহুৱা কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিৰ্দেশ দিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক : প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছে : আৰএছএছ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.