ETV Bharat / bharat

2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত - দ্বিতীয়

বিহাৰৰ নিৰ্বাচন সমাপ্ত ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ পূৰ্বৰ তুলনাত ভোটাৰৰ সংখ্যা বৃদ্ধি ৷

Despite COVID-19, Bihar voter turnout higher than 2015
2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত
author img

By

Published : Nov 9, 2020, 10:41 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ : চৰকাৰী তথ্য অনুসৰি,বিহাৰ বিধানসভা নিৰ্বাচন 57.09 শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে ৷ ক'ভিড-19 ৰ জটিল পৰিস্থিতৰ মাজতে 2015 চনৰ নিৰ্বাচনৰ তুলনাত ভোটাৰৰ সংখ্যা অধিক বুলিও তথ্যত প্ৰকাশ পাইছে ৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, 2015 চনত অনুষ্ঠিত বিহাৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ হাৰ আছিল 56.66 শতাংশ । চলিত বছৰত মহিলা ভোটাৰৰ হাৰ আছিল 59.69 শতাংশ ৷

আনহাতে, প্ৰথম পৰ্যায়ত বিহাৰৰ নিৰ্বাচনত ভোটাৰৰ হাৰ 55.68 শতাংশ,দ্বিতীয় পৰ্য়ায়ত 55.70 শতাংশ একেদৰে তৃতীয় পৰ্যায়ত 60 শতাংশ ভোট গ্ৰহণ সম্পন্ন হৈছে ৷

উল্লেখ্য যে, ক'ভিড-19 ৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাৰ পিচত বিহাৰৰ নিৰ্বাচনে হৈছে দেশৰ প্ৰথমটো মুখ্য নিৰ্বাচন ৷

লগতে পঢ়ক : অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.