ETV Bharat / bharat

Delhi liquor scam: মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল - দিল্লীৰ সুৰা কেলেংকাৰী

প্ৰথমবাৰৰ বাবে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগপত্ৰত নাম অন্তৰ্ভুক্ত হয় প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ ৷ মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল (ED files over 2000 pages charge sheet )৷

delhi-liquor-scam-ed-files-over-2000-pages-supplementary-chargesheet-against-manish-sisodia
মনীষ চিছোডিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল
author img

By

Published : May 4, 2023, 9:02 PM IST

নিউজ ডেস্ক, 4 মে’: ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ২০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল (ED files over 2000 pages charge sheet) ৷ প্ৰথমবাৰৰ বাবে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগপত্ৰত নাম অন্তৰ্ভুক্ত হয় প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ বৃহস্পতিবাৰে ইডিয়ে দাখিল কৰা ২,০০০ পৃষ্ঠাৰ অভিযোগনামাত তেওঁক সুৰা কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড হিচাপে অভিহিত কৰা হৈছে (2000 pages supplementary charge sheet)।

এইখন হৈছে ইডিৰ তৃতীয়খন অভিযোগনামা (2000 pages charge sheet against Manish Sisodia) ৷ যোৱা 28 এপ্ৰিলত ৰৌজ এভিনিউ আদালতে ইডিৰ মানী লণ্ডাৰিং গোচৰত ছিছোদিয়াৰ জামিন আবেদন নাকচ কৰিছিল (Manish Sidodia News)। ছিছোদিয়াই আজি দিল্লী উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছে ।

  • दिल्ली आबकारी नीति मामले में ईडी ने AAP नेता और दिल्ली के पूर्व उपमुख्यमंत्री मनीष सिसोदिया के खिलाफ 2000 पन्नों का सप्लीमेंट्री चार्जशीट दायर की।

    — ANI_HindiNews (@AHindinews) May 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আবেদনখনত, ছিছোদিয়াই নিয়মীয়া আৰু অন্তৱৰ্তীকালীন দুয়োধৰণৰ জামিন বিচাৰিছে । এই সন্দৰ্ভত, আদালতে ইডিক এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে । এই জামিনৰ পৰৱৰ্তী শুনানি ১১ মে'ত হ'ব বুলি জানিব পৰা গৈছে । ছিছোদিয়াক ইডিয়ে আবকাৰী নীতিত লাভান্বিত কৰাৰ বিনিময়ত সুৰা ব্যৱসায়ীসকলৰ পৰা ১০০ কোটি টকা উৎকোচৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে (Manish Sidodia News update) ।

চিবিআইয়ে মনীষ ছিছোদিয়াৰ বিৰুদ্ধে তেওঁৰ পদৰ অপব্যৱহাৰ কৰি দুৰ্নীতি, অপৰাধী আৰু বিত্তীয় ষড়যন্ত্ৰ কৰাৰ এক গোচৰ ৰুজু কৰিছে । ছিছোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । তিহাৰ কাৰাগাৰত সোধা-পোছাৰ সময়ত ৯ মাৰ্চত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । তেতিয়াৰ পৰা, ছিছোদিয়াক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ।

লগতে পঢ়ক: Money Laundering case: ED ৰ মানী লণ্ডাৰিং গোচৰত চিছোদিয়াৰ ন্যায়িক জিম্মা 8 মে’লৈ বৃদ্ধি

ইফালে যোৱা 29 এপ্ৰিলত প্ৰৱৰ্তন সঞ্চালকালয় (ED) ইডিয়ে দাখিল কৰা ধন ৰপ্তানিৰ গোচৰত ছিছোদিয়াৰ ন্যায়িক জিম্মা ৮ মে’লৈ বৃদ্ধি কৰা হৈছিল (sisodia judicial custody extended till may 8) ৷ চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰে (Manish sisodia judicial custody ed case) ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.