ETV Bharat / bharat

Daily Horoscope for 6th July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

author img

By

Published : Jul 6, 2022, 5:10 AM IST

Daily Horoscope for 6th July
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দুখীয়াক দান কৰিলে মানসিক শান্তি পাব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণত শুভ ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ বিভিন্ন সমস্যাৰে দিনটো পাৰ হ’ব ৷

বৃষ ৰাশি: স্বাস্থ্য বৰ ভালে নাযাব ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফল নাপাব পাৰে ৷ প্ৰেমত শুভ ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷

মিথুন ৰাশি: পুখুৰী, নদী আদিৰ পৰা দূৰত থাকক ৷ মদ্যপান নকৰিব ৷ চিন্তাত থাকিব ৷ টোপনিৰ ক্ষতি হ’ব পাৰে, যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ ভ্ৰমণ নকৰিব ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ সৰুসুৰা ভ্ৰমণে দিনটো আনন্দময় কৰি তুলিব ৷ সামাজিক মৰ্যাদা বৃদ্ধি ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ আৰ্থিক লাভ হ’ব ৷ ভ্ৰমণত শুভ ৷

কন্যা ৰাশি: নম্ৰ হৈ থাকিব ৷ বৌদ্ধিকভাৱে উন্নতি হ’ব ৷ চিন্তাধাৰা সলনি হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব ৷

তুলা ৰাশি: দিনটো বৰ ভাল নহয় ৷ অধিক সতৰ্ক হৈ থাকক ৷ স্বাস্থ্য বৰ বেয়া হৈ থাকিব, ইয়াক আওকাণ নকৰিব ৷ নভবাকৈ কোনো কথাক লৈ কাকো অপমান নকৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ বিভিন্ন সমস্যাৰে দিনটো পাৰ হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো অনুকূল ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ আয় বৃদ্ধি ৷ বৌদ্ধিকভাৱে উন্নতি হ’ব ৷ প্ৰেমত শুভ ৷

ধনু ৰাশি: আনক সহায় কৰাৰ বাবে আগ্ৰহী হৈ উঠিব ৷ লক্ষ্যত সফল হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷ ব্যবসায়ীসকলৰ ব্যবসায়িক ভ্ৰমণৰ যোগ আছে ৷ লাভ বৃদ্ধি ৷

মকৰ ৰাশি: বৌদ্ধিক কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ কলা আৰু সাহিত্যত প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ চৰকাৰী কাম-কাজৰ পৰা আঁতৰত থাকিব ৷ শৰীৰ বৰ ভালে নাযাব ৷ এলাহ আৰু জলা পোৰাভাৱে অশান্তি দিব ৷

কুম্ভ ৰাশি: চিন্তিত হৈ থাকিব ৷ খং উঠিব পাৰে ৷ শান্ত হৈ থাকিব চেষ্টা কৰিব ৷ চুৰ কৰা আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ নেতিবাচক মনোভাৱ এৰাই চলক আৰু ভাবি চিন্তি কথা পাতক ৷ পৰিয়ালত কোনোবাৰ বিবাহৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷

মীন ৰাশি: গ্ৰহ অনুকূল ৷ শিল্পকলাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব ৷ ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ বাবে দিনটো অতি উত্তম ৷ প্ৰেমত শুভ ৷ ভ্ৰমণত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.