ETV Bharat / bharat

Daily Horoscope For 6th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 6:00 AM IST

Daily Horoscope For 6th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 6th January 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: ঘৰুৱা পৰিবেশত শান্তি আৰু আনন্দ বিৰাজ কৰিব ৷ গ্ৰহৰ দশাই আপোনাৰ লুকাই থকা প্ৰতিভাক উলিয়াই অনাত সহায় কৰিব ৷ মনৰ ভিতৰত আনন্দ অনুভৱ কৰিব ৷ ব্যৱসায়ত লাভ ৷ খঙক দমন কৰক আৰু নিজকে অদৰকাৰী আলোচনাৰ পৰা আঁতৰাই ৰাখক ৷

বৃষ ৰাশি: মাতৃৰ ফালৰ পৰা অহা ভাল খবৰে আজি আপোনাক সমগ্ৰ দিন আনন্দিত কৰি ৰাখিব ৷ কৰ্মস্থলীত পৰিবেশ ভালে থাকিব ৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতাত আগৰ ৰৈ যোৱা কাম সম্পূৰ্ণ হৈ উঠিব যিবোৰ কামে আপোনাক অসুবিধাত পেলাইছিল ৷ শৰীৰ ভালে থাকিব ৷

মিথুন ৰাশি: গ্ৰহৰ দশা বিশেষ ভাল যেন লগা নাই ৷ খৰচ বৃদ্ধি পাব ৷ নতুন একো আৰম্ভ নকৰাটোৱেই মংগল ৷ সন্তান আৰু পত্নীৰ চিন্তা আপোনাৰ মনত অনবৰতে থাকিব ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বিচাৰি থকাসকলে ভাল ফল লাভ কৰিব ৷

কৰ্কট ৰাশি: আজি আপুনি শান্ত থকাটো দৰকাৰ ৷ শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থকাত আপুনি আজি বিফল হ’ব ৷ বুকুৰ বিষ আৰু নিদ্ৰাহীনতাই দিনটো আপোনাক অশান্তি দিব ৷ পাৰিবাৰিক অশান্তিয়েও আপোনাক দিগদাৰি দিব ৷ গণেশৰ পৰামৰ্শ মতে, ধ্যান কৰক আৰু হুলস্থুলীয়া পৰিবেশৰ পৰা আঁতৰি থাকক ৷

সিংহ ৰাশি: কামত সফলতা আৰু প্ৰতিযোগীসকলৰ লগত জয়ে আপোনাক আজি পৃথিৱীৰ একেবাৰে উচ্চ শিখৰত থকা যেন অনুভৱ কৰাব ৷ ভাতৃ-ভগ্নীৰ লগত আৰু বন্ধুৰ লগত সম্বন্ধ উন্নত হ’ব আৰু সকলোৱে মিলি বনভোজ বা সৰু ভ্ৰমণত যাব পাৰে ৷ শৰীৰ আৰু ধনৰ দিশ লাভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এইটো এটা সুন্দৰ সময় ৷

কন্যা ৰাশি: এটা ভাগ্যশালী দিন ৷ পাৰিবাৰিক সমস্যা দূৰ হ’ব আৰু ধনৰ দিশ উন্নত হ’ব ৷ চিনাকি লোকৰ সহযোগত আপুনি ভালদৰে সকলোকে প্ৰভাত কৰিব পাৰিব ৷ বিপৰীত চিন্তাৰ পৰা মনক আঁতৰাই ৰাখক আৰু যিবোৰ আলোচনাৰ অন্ত কাজিয়াত শেষ হয় তেনে আলোচনাৰ পৰা আঁতৰত থাকক ৷ প্ৰিয়জনক বা বন্ধুক লগ কৰক, আনন্দ লাভ কৰিব ৷

তুলা ৰাশি: আপুনি কৰা প্ৰত্যেক কামতে নিজৰ আত্মবিশ্বাসৰ পৰিচয় দিব পাৰিব ৷ ব্যৱসায় আৰু ধনৰ দিশত সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ আপোনাৰ চিন্তাধাৰাত সবলতাৰ পৰিচয় দিব ৷ শৰীৰৰ আৰু বৌদ্ধিক দিশত গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ গহনা বা কাপোৰ কিনাত টকা খৰচ কৰি আনন্দ পাব ৷ কলাসন্মত কামত সফলতা লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ বহুত টকা খৰচ হ’ব । তাৰে সৰহ ভাগ ধন আপোনাৰ খৰছ হ’ব আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ নামত । আজি আপুনি বিচিত্ৰালয় বা মাল্টিপ্লেক্সত চিনেমা চাব যাব পাৰে বা কোনো চাৰ্কাচ চাবলৈয়ো যাব পাৰে। কিন্তু আপোনাৰ স্বাস্থ্য ভালে নাথাকিব ।

ধনু ৰাশি: আজি দিনটো আপোনাৰ বহুত কৰ্মব্যস্তাত পাৰ হ’ব । আপুনি কৰ্মক্ষেত্ৰত, ঘৰত আৰু আনকি সমাজত সফলতা পালেও এই সফলতাক উপভোগ কৰাৰ পৰ্যাপ্ত সময় নাপাব । আপোনাৰ আয় আজি অধিক ভাল হ’ব আৰু লগতে নাৰীৰ সৈতে সম্পৰ্কও উন্নত হ’ব ।

মকৰ ৰাশি: আজিৰ দিনটো আপুনি বহুত সংঘৰ্ষ কৰিব লাগিব । ব্যৱসায়ত বাধা । আপোনাৰ স্বাস্থ্য যত্ন লওক । দুৰ্ঘটনা ঘটিব পাৰে গতিকে সাৱধান হওক ৷ অলপ সতৰ্ক থাকিব পাৰিলেই আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত ভালে যাব ।

কুম্ভ ৰাশি: আজি আপোনাৰ দিনটো মিশ্ৰিত ৷ আপোনাৰ স্বাস্থ্য আজি বৰ ভাল নাথাকিব, তাৰ বাবে আপুনি আমনি পাই থাকিব ৷ কিন্তু তথাপি ইয়াক আওকাণ কৰি আপুনি কঠোৰ পৰিশ্ৰম কৰি যাব পাৰিব ৷ নিজৰ প্ৰতিপক্ষসকলৰ সৈতে অনাৱশ্যক তৰ্ক-বিতৰ্ক কৰি নিজৰ সময় আৰু শক্তি অপব্যয় নকৰিব ৷

মীন ৰাশি: স্বাস্থ্য আৰু ভাগ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া ৷ অত্যধিক প্ৰয়াস কৰিবলগীয়া কাম আজি নকৰাই ভাল ৷ আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব ৷ আচলতে আপোনাৰ সন্মুখত আজি এনেকুৱা কিছু প্ৰত্যাহ্বান আহিব যে, তাৰপৰা হাত সাৰিব নোৱাৰিব ৷ কিন্তু সেই প্ৰত্যাহ্বানসমূহৰ মুখামুখী হৈ আপুনি তাৰ ভাল ফলহে পাব ৷ আপুনি কেৱল নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হ’ব লাগিব ৷ ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.