ETV Bharat / bharat

Daily horoscope for 4th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 4, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-4th-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ আৰ্থিক স্বাধীনতা লাভ কৰিব ৷ ব্যৱসায়ত লাভ হ’ব ৷ সমাজত স্বীকৃতি লাভ কৰিব ৷ সাম্ভাব্য দৰা আৰু কইনাই শীঘ্ৰেই তেওঁলোকৰ সংগীক লগ পাব ৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে, চিকিত্‍সাগত ব্যয় বৃদ্ধি হ’ব ৷

বৃষ ৰাশি: চিন্তাসমূহ এৰি দিয়ক আৰু আৰাম কৰক ৷ প্ৰফুল্লিত হৈ থাকক, গৃহস্থ দিশটো শান্ত আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ কৰ্মস্থলীত কৰ্তৃপক্ষ আপোনাৰ দ্বাৰা সন্তুষ্ট হ’ব ৷ প্ৰশংসা লাভ কৰিব ৷

মিথুন ৰাশি: কৰ্মস্থলীত কৰ্তৃপক্ষ অসন্তুষ্ট হ’ব ৷ স্বাস্থ্যও ঠিকে নাথাকিব আৰু ব্যয় অধিক হ’ব ৷ পিছবেলা সকলো উন্নত হ’ব ৷ কামত লাভ কৰা সফলতা লাভ কৰিব ৷ ব্যৱসায়ৰ বাবে ভাল সময় ৷ পদোন্নতি হ’ব পাৰে ৷ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰক ৷

কৰ্কট ৰাশি: ভগৱান নাম লওঁক আৰু ধ্যান কৰক ৷ নেতিবাচকতাক নিয়ন্ত্ৰণত ৰাখক ৷ সাৱধান হৈ থাকক ৷ অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয় হ’ব পাৰে ৷

সিংহ ৰাশি: শৰীৰিক আৰু মানসিক স্থিতি ভালে থাকিব ৷ ফুৰিবলৈ যাব পাৰে ৷ অপ্ৰত্যাশিত ব্যয়ৰ বাবে কিছু আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷

কন্যা ৰাশি: অধিক আৱেগিক আৰু অধিক সংবেদনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ কামত মনোনিবেশ দিব ৷ প্ৰশংসা লাভ কৰিব ৷ পাৰিবাৰিক পৰিৱেশ শান্ত আৰু সৌম্য কৰি ৰাখিব ৷

তুলা ৰাশি: সফলতা লাভ কৰিব ৷ চিন্তিত হৈ থাকিব ৷ অফিচৰ যাত্ৰাক পিছুৱাই দিয়ক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ কৰ্মস্থলীত সফলতাৰে কাম সম্পূৰ্ণ কৰিব পাৰিব; ই মান্যতা প্ৰদান কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: ব্যক্তিগত আৰু শিক্ষাগত দিশত লাভাম্বিত হ’ব ৷ শিক্ষাৰ্থীয়ে অধ্যয়নত বাঞ্চিত ফল লাভ কৰিব পাৰে ৷ নতুন কামৰ আৰম্ভ নকৰিব ৷ একে লেথাৰিয়ে চিন্তা কৰি থকাৰ পৰা মনটোক বিৰতি দিয়ক ৷

ধনু ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাবৰ বাবে সোণালী সুযোগ পাব ৷ আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷

মকৰ ৰাশি: অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত ৷ মানসিক শান্তি লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কুম্ভ ৰাশি: নেতিবাচক চিন্তা এৰাই চলক ৷ সন্ধিয়া কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে ৷ শিক্ষাৰ্থীৰ বাবেও ভাল দিন ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

মীন ৰাশি: আৰ্থিক লেনদেনত সাৱধানতা অবলম্বন কৰক ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানতাৰে গাড়ী চলাওক ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু উত্‍সাহপূৰ্ণ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.