ETV Bharat / bharat

Daily Horoscope for 3rd August: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

Daily horoscope for 3rd August
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Aug 3, 2022, 5:10 AM IST

মেষ ৰাশি: দিনটোৰ আৰম্ভণি শুভ হ’ব ৷ গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো আনন্দৰে কটাব ৷ লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সফল হ’ব ৷ ব্যবসায়ৰ বাবে বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰক ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: মানসিক স্থিতি উন্নত কৰিব ৷ তৰ্ক প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব ৷ ব্যৰ্থ হ’ব পাৰে ৷ ধৈৰ্য ধৰক ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হ’ব পাৰে ৷ সাহিত্যৰ প্ৰতি প্ৰেম হ’ব ৷

মিথুন ৰাশি: মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰত থাকিব ৷ পৰিয়ালৰ আলোচনাত ভাগ নোলোৱাই ভাল ৷ মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যবসায়ৰ বাবে ভ্ৰমণলৈ যাব পাৰে ৷ কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে থাকিব ৷ ব্যবসায় বৃদ্ধিৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি ৷ সবল হৈ থাকিব ৷

সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ফল লাভত পলম হ’ব পাৰে ৷ দুখ নকৰিব ৷ বিচাৰ কৰোতে ভুল হ’ব পাৰে ৷ পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক ৷ দূৰ সম্পৰ্কীয়লোকৰ লগত কথা-বতৰা হ’ব পাৰে ৷

কন্যা ৰাশি: দিনটো শান্তিৰে কটাব পাৰিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত মনৰ কথা পাতিব পাৰিব ৷ দিনটো আনন্দৰে কটাব ৷ শৰীৰ ভালে থাকিব ৷ মানসিকভাৱে শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ধনৰ আগমন হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

তুলা ৰাশি: খঙক দমন কৰক ৷ আইনী কামৰ বাবে আদালতলৈ যাব লগা হ’ব পাৰে ৷ সাৱধানে থাকক ৷ কিছুমান কামৰ বাবে অনুশোচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ চিন্তাৰ বাবে শৰীৰ বেয়া হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ চকুৰ চিকিৎসকৰ ওচৰলৈ যাব লগা হ’ব ৷ মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি: দিনটো উপভোগ কৰিব ৷ বিবাহৰ বাবে উত্তম সময় ৷ ব্যৱসায় আৰু চাকৰিয়ালসকলৰ বাবে শুভ ৷ সুপৰামৰ্শ দাতা আৰু বিশ্বাসযোগ্য হৈ উঠিব ৷ ভ্ৰমণলৈ যাব পাৰে ৷

ধনু ৰাশি: আত্মবিশ্বাসৰে আগুৱাই যাব ৷ দিনটো ভালেৰে যাব ৷ কৰ্তৃপক্ষৰ পৰা ভাল ব্যবহাৰ লাভ কৰিব ৷ ব্যবসায় সংক্ৰান্তিয় আলোচনাত সফল হ’ব ৷ ধন লাভ কৰিব ৷ সমাজিক জীৱনত সফলতা লাভ কৰিব ৷

মকৰ ৰাশি: কষ্ট কৰাসকল সফল হ’ব ৷ কলাৰ লগত জড়িতসকল সফল হ’ব ৷ সামাজিক কাম কৰিব পাৰে ৷ সাৱধানে থাকিব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷ শান্ত হৈ থাকক ৷ মানসিক অবস্থা বেয়াৰ ফালে যাব পাৰে ৷

কুম্ভ ৰাশি: মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে ৷ চিন্তিত হৈ থাকিব ৷ শান্ত হৈ থাকক ৷ সকলো সমস্যা সমাধান হ’ব ৷ খং, উদ্দিগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই মনক কষ্ট দিব ৷ প্ৰতিবাদী বিচাৰধাৰাত গুৰুত্ব দিয়ক ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ মানসিক অশান্তি হ’ব ৷ যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি: সফল হ’ব ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰিব পাৰে ৷ কলাসুলভ কামত মন দিয়ক ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰশংসা লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.