ETV Bharat / bharat

Daily horoscope for 31st July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-31-st-july
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jul 31, 2022, 5:10 AM IST

মেষ ৰাশি: দিনটো ৰসহীন আৰু আকৰ্ষণহীন হৈ পৰিব ৷ সৰুসুৰা অসুস্থতাই দিনটো আমনি দি থাকিব ৷ যাৰ ফলত এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব ৷ ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ৷ প্ৰিয়জনৰ সৈতে হোৱা মতবিৰোধৰ ফলত বিৰক্ত হ’ব ৷ আঁকোৰগোজ হৈ নাথাকিব ৷ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থাকিব ৷

বৃষ ৰাশি: মানসিক স্থিৰতা আৰু প্ৰবল ইচ্ছাশক্তিৰ বলত দিনটো সহজ হৈ থাকিব ৷ ভাল ফল পাব ৷ আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাওক ৷ পিতৃৰ সৈতে মনৰ কথা পাতিব পাৰে ৷ খেল আৰু খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ৷

মিথুন ৰাশি: বিনিয়োগ কৰিলে ভাবি চিন্তি কৰিব ৷ বিপদৰ আশংকা থাকিলে বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ হাতত ধন পৰ্যাপ্ত পৰিমাণে থাকিলেও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকক ৷ দিনটো ধীৰ-স্থিৰ আৰু ফলদায়কভাৱে কটাব ৷ পৰিয়াল, বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আনন্দৰে দিনটো পাৰ কৰক ৷ প্ৰবল সক্ৰিয়তা আৰু উৎসাহিত হ’ব ৷ নতুন কোনো কাম আৰম্ভ কৰাৰ কথা ভাবিব পাৰে ৷ ভাগ্যক উন্নত কৰি তুলিব ৷ মনৰ দ্বিধা-দ্বন্দ্ব আঁতৰাওক ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিক জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া হ’ব ৷ মনটো অস্থিৰ হৈ থাকিব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ মানুহক সন্দেহ কৰাৰ মনোভাৱৰ পৰা বিৰত থাকক ৷ পাৰিবাৰিক বিবাদৰ পৰা আঁতৰত থাকিব ৷ স্বাস্থ্যৰ যতন লওক ৷ বাওঁ চকুত আমনিদায়ক বিষ কষ্ট দিব ৷ অনৈতিক কাৰ্যৰ পৰা দূৰত থাকক ৷ অপৰাধবোধত ভুগিব পাৰে ৷ মনটো শান্ত কৰক আৰু বিশ্ৰাম লওঁক ৷

সিংহ ৰাশি: দৃঢ়তাৰে কাম কৰিলে সকলো ঠিক হৈ যাব ৷ আত্মবিশ্বাসী হ’ব ৷ চৰকাৰী বা আমোলাতান্ত্ৰিক কোনো কামৰ পৰা লাভবান হ’ব পাৰে ৷ সন্মান আৰু শক্তি বৃদ্ধি পাব ৷ পৈতৃক ফালৰ পৰা লাভৱান হ’ব ৷ সাৱধান, আঁকোৰগোজ নহ’ব আৰু অলপতে খং নকৰিব ৷ স্বাস্থ্য আৰু পুষ্টিৰ যত্ন লওঁক ৷

কন্যা ৰাশি: আঁকোৰগোজ নহ’ব ৷ অলপতে খং নকৰিব ৷ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত পৰিব ৷ মনটো উচ্ছৃংখল হৈ থাকিব ৷ আত্মবিশ্বাসী হৈ থাকিব ৷ অহংকাৰী নহ’ব ৷ আইনী কাৰ্যকলাপ পিছুৱাই দিয়ক ৷ নিজক ধীৰ-স্থিৰ আৰু শান্ত কৰি ৰাখিবলৈ প্ৰয়াস কৰক ৷ ব্যয় অধিক হ’ব ৷ স্বাস্থ্যক লৈ সজাগ থাকক ৷

তুলা ৰাশি: সৌভাগ্যশালী হ’ব ৷ ভাগ্য প্ৰসন্ন থাকিব ৷ সৰুসুৰা কোনো ভ্ৰমণত যাবলৈ পৰিকল্পনা কৰিব পাৰে ৷ নৈশভোজৰ আয়োজন কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ লাভ বৃদ্ধি ৷ গ্ৰহ অনুকূলত আছে ৷

বৃশ্চিক ৰাশি: গ্ৰহবোৰ উন্নত অৱস্থানত আছে৷ সাংসাৰিক জীৱন সুখৰ হ’ব৷ দাম্পত্য সুখ উপভোগ কৰিব ৷ জীৱনসংগী বা জীৱনসংগিনীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব ৷ পিতৃ-মাতৃ, ভাইভনী আৰু বন্ধুসকলৰ পৰা উপকৃত হ’ব ৷ সন্তানৰ কৃতিত্বত নথৈ আনন্দ পাব ৷ বাধা-বিপত্তি নোহোৱাকৈ সকলো কাম সম্পন্ন হ’ব ৷ কৰ্মক্ষেত্ৰত গ্ৰহৰ অৱস্থান অনুকূল ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ৷ লাভৱান হ’ব ৷ পদোন্নতি হ’ব ৷ সন্মান বৃদ্ধি ৷ ব্যৱসায়ীসকলে বাণিজ্যৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷

ধনু ৰাশি: ভ্ৰমণৰ কাৰণে দিনটো অনুকূল নহয় ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক বা ভ্ৰমণ কৰিলে অতি সাৱধানে থাকক ৷ অলপ এলেহুৱা আৰু ভাগৰ অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ শান্ত হৈ থাকক ৷ আলোচনা কৰি সমস্যাৰ সমাধান উলিয়াব ৷ কৰ্মক্ষেত্ৰত সময়টো অনুকূল নহয় ৷ ধৈৰ্য ধৰি থাকক ৷

মকৰ ৰাশি: কৰ্মক্ষেত্ৰত চিন্তিত হৈ থাকিব ৷ নেতিবাচক মনোভাৱৰ পৰা দূৰত থাকক ৷ মানুহক সন্দেহ কৰাৰ চিন্তা দূৰ কৰক ৷ মনটো অস্থিৰ হৈ থাকিব ৷ অধিক চিন্তা কৰি থাকিব ৷ শান্ত হওক ৷ প্ৰশংসা লাভ ৷ আঁঠুত সামান্য বিষ অনুভৱ কৰিব পাৰে ৷ ভাগৰুৱা হৈ পৰিব ৷ পুষ্টিৰ যতন লওঁক আৰু নতুন কোনো কাম হাতত নল’ব ৷ ব্যৱসায়ৰ অংশীদাৰৰ সৈতে সংঘাত সৃষ্টি হ’ব পাৰে ৷ ধৈৰ্য ধৰক ৷

কুম্ভ ৰাশি: আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰ বাবে গ্ৰহৰ অৱস্থান অনুকূলত আছে ৷ দৃঢ় মানসিকতা লৈ থাকিব ৷ দিনটো আনন্দৰে কটাব ৷ সৰু সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ অংশীদাৰিত্ব লাভদায়ক হ’ব ৷

মীন ৰাশি: আত্মবিশ্বাসৰ সৈতে আনন্দ মনেৰে আগবাঢ়িব ৷ সজাগ হৈ থাকিব ৷ প্ৰতিদ্বন্দ্বীসকলৰ পৰা প্ৰত্যাহ্বানৰ মুখামুখী হ’ব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত বিজয়ী হ’ব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷ মাতৃৰ পৰা সুসংবাদ পাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.