ETV Bharat / bharat

Daily horoscope for 30th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 30, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 30th September 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটোৱে মিশ্ৰিত প্ৰভাব পেলাব ৷ কথাৰ ওপৰত চকু ৰাখক, খঙক দমন কৰক ৷ অলপ দিনৰ বাবে ভ্ৰমণ নকৰাই ভাল ৷ ভাগৰুৱা অনুভৱ কৰিব৷ নতুন কাম হাতত ল’বলৈ অলপ দিন ৰৈ দিয়ক ৷

বৃষ ৰাশি: সুন্দৰ দিন ৷ ভাগ্য শুভ ৷ শৰীৰ আৰু মানসিকভাৱে শান্তি লাভ কৰিব ৷ পাৰিবাৰিক দিশত সুন্দৰ হ’ব ৷ ধনৰ আগমণ ঘটিব ৷

মিথুন ৰাশি: ঘৰুৱা জীৱন সুখৰ হ’ব ৷ ধনৰ আগমন হ’ব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ মন ভাল হৈ থাকিব ৷ শৰীৰ ভালে থাকিব ৷

কৰ্কট ৰাশি: ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব ৷ সংযম হেৰাই যাব ৷ কাজিয়াত লিপ্ত হোৱাৰ সম্ভাবনা আছে ৷ মূৰৰ বিষ বা পেট জ্বলা পোৰা আদি সমস্যাত ভূগিব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ খৰচৰ মাত্ৰা বাঢ়িব আৰু ভ্ৰমণ বৰ শুভ নহ’ব ৷

সিংহ ৰাশি: ঘৰুৱা পৰিৱেশে চিন্তাত পেলাব ৷ কাৰ্মক্ষেত্ৰত বিপদত পৰিব পাৰে ৷ নিদ্ৰাহীনতাত ভূগিব পাৰে ৷ বিপৰীতমূখী চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকক ৷ পানী আৰু মহিলাৰ পৰা আঁতৰি থাকক ৷

কন্যা ৰাশি: শুভ দিন ৷ খৰখেদাকৈ সিদ্ধান্তত উপনীত নহ’ব ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ অলপ মানসিক দুখত ভুগিব লগা হ’ব পাৰে ৷ ভাগৰুৱা অনুভব কৰিব ৷

তুলা ৰাশি: দিনটো খেলিমেলিৰে যাব ৷ ধৈৰ্য ধৰক ৷ বিশেষ সিদ্ধান্ত গ্ৰহণ নকৰিব, অলপ সময় লওক ৷ ভ্ৰমণ অলপদিনৰ বাবে বাতিল কৰক ৷

বৃশ্চিক ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ শৰীৰ আৰু মানসিক স্থিতি সবল হ’ব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ আনন্দৰে দিনটো পাৰ হ’ব ৷

ধনু ৰাশি: দিনটো বৰ সুন্দৰ নহয় ৷ খৰচৰ মাত্ৰা বৃদ্ধিয়ে চিন্তাত পেলাব ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰক ৷ ঘৰুৱা পৰিৱেশত অশান্তিৰ সৃষ্টি হ’ব ৷ নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷

মকৰ ৰাশি: লাভ বৃদ্ধি ৷ বিবাহত শুভ ৷ সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব ৷ সফল হ’ব ৷

কুম্ভ ৰাশি: কুম্ভ সকলৰ বাবে গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে শুভ দিন ৷ লাভ হ’ব ৷ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ মানসিকভাৱে শান্তিৰে দিনটো পাৰ হ’ব ৷

মীন ৰাশি: উদ্দিগ্নতা অনুভব কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷ চিন্তাত পৰিব পাৰে ৷ কোনো অদৰকাৰী কাৰণত মনত কষ্ট পাব ৷ শৰীৰৰ ওপৰত চকু ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.