ETV Bharat / bharat

Daily horoscope for 2nd October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 2, 2022, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

daily-horoscope-for-2nd-october-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বেছি কামৰ বোজা নল’ব ৷ এলাহ ভাৱে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ খঙে ব্যক্তিগত আৰু কৰ্মজীৱনত কূপ্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক, মনত শান্তি লাভ কৰিব ৷

বৃষ ৰাশি: যোগ আৰু ধ্যানে মনৰ শান্তি ঘুৰাই আনিব ৷ শৰীৰত বিষ অনুভৱ হ’ব ৷ মনটো অস্থিৰ হৈ থাকিব ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷

কৰ্কট ৰাশি: চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱাসকল সফলতা লাভ কৰিব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় কটাব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷

সিংহ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই কামত আগবঢ়াত সহায় কৰিব ৷ ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ সৌভাগ্যৱান হ’ব ৷

কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ ভাল নহ’ব ৷ মানসিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷

তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধই দিনটো সফল কৰি তুলিব ৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ উত্তম সময় ৷

বৃশ্চিক ৰাশি: মধ্যম দিন ৷ আয় বৃদ্ধি ৷ শিক্ষাৰ্থীসকলৰ বাবে ভাল সময় নহয় ৷ ভ্ৰমণ বাতিল কৰক ৷

ধনু ৰাশি: গ্ৰহৰ দশা ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সামাজিক কামত সফল হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷

মকৰ ৰাশি: খঙক নিয়ন্ত্ৰণ কৰক ৷ লোকচান হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব ৷ শান্ত থাকক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ দক্ষতা বৃদ্ধি হ’ব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণত শুভ ৷

মীন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ শুভ দিন ৷ প্ৰাপ্তখিনি সহজে লাভ কৰিব আৰু পৰিয়লৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ধাৰলে লোৱা টকা ঘুৰাই দিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.