ETV Bharat / bharat

Daily horoscope for 2nd August: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

Daily horoscope for 2nd August
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Aug 2, 2022, 5:10 AM IST

মেষ ৰাশি: সফলতা লাভ ৷ ব্যবসায়ত লাভ বৃদ্ধি ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷

বৃষ ৰাশি: দিনটো সতেজ আৰু সক্ৰিয় যেন অনুভব কৰিব ৷ সফল হ’ব ৷ ধনাগমন হ’ব ৷ লাভ বৃদ্ধি ৷

মিথুন ৰাশি: মনত দুবিধাৰ সৃষ্টি হ’ব ৷ মনোযোগিতাৰ অভাৱ হ’ব ৷ মগজুত বেছি জোৰ দিয়া কাম কৰিবলৈ চেষ্টা নকৰাই ভাল ৷ কৰো লগত তৰ্ক নকৰিব ৷ সকলোৰে লগত সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক, পানীৰ পৰা অলপ সাৱধানে থকা ভাল ৷

কৰ্কট ৰাশি: নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ সফলতা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি হ’ব ৷ পৰিয়াল আৰু বন্ধুৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷

সিংহ ৰাশি: মিশ্ৰিত দিন ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ প্ৰেমত শুভ ৷ দাঁতৰ বিষ আৰু চকুৰ অসুখত ভূগিব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ লওক ৷ দিনটো আনন্দৰে কটাব ৷

কন্যা ৰাশি: দিনটো আনন্দৰে কটাব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব ৷ লাভ বৃদ্ধি ৷ মনটো আনন্দময় হৈ থাকিব ৷ বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব ৷

তুলা ৰাশি: মানুহৰ লগত যোগাযোগ অলপ কম কৰক ৷ ব্যবসায়ৰ বাবে অলপ বেয়া সময় ৷ কৰ্মক্ষেত্ৰত সহযোগীসকলৰ লগত ভাল ব্যবহাৰ কৰক ৷ আইনী কামত বিশেষ সাৱধান হওক ৷ অতি ঘনিষ্টসকলৰ লগত সম্পৰ্কত বিঘিনি ঘটিব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু গাড়ী চলাওতে সাৱধান হওক৷ চিন্তা মুক্ত হওক ৷

বৃশ্চিক ৰাশি: সফল হ’ব ৷ বিয়াৰ বাবে শুভ সময় ৷ বিবাহিত সকলেও পত্নী আৰু সন্তানৰ পৰা সহযোগ লাভ কৰিব ৷ সামাজিক জীৱনত স্থিতি সবল হ’ব ৷

ধনু ৰাশি: দিনটো আনন্দৰে যাব ৷ বৈবাহিক জীৱনৰ সুখ লাভ কৰিব ৷ ধনাগমনৰ বাট মুকলি হ’ব ৷ দায়িত্ব বৃদ্ধি হ’ব ৷ কামৰ বাবে ভ্ৰমণলৈ যাব পাৰে ৷

মকৰ ৰাশি: মিশ্ৰিত ফল লাভ কৰিব ৷ আমদানি ৰপ্তানি দব্যৰ ব্যৱসায়ৰ বাবে শুভ ৷ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ কামত মনোনিৱেশ কৰাত ব্যৰ্থ হ’ব আৰু অস্থিৰতা অনুভব কৰিব ৷ সন্তানৰ বাবে উদ্দিগ্নতা বাঢ়িব ৷ তৰ্কত লিপ্ত হ’ব লগা হব পাৰে ৷

কুম্ভ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ বে-আইনি আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কথা কওতে সাৱধান হওক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কৰ পৰা আঁতৰি থাকক ৷ মানসিক আঘাত পাব পাৰে ৷ নিজৰ ভুলৰ বাবে আনক দোষাৰোপ নকৰিব ৷ মানসিক আঘাতে শৰীৰত আঘাত কৰিব ৷ যত্ন লওক আৰু চিন্তা বাদ দিয়ক ৷

মীন ৰাশি: দিনটো গতানুগতিকভাৱে চলিব ৷ দিনটো আনন্দৰে, কটাওক ৷ গ্ৰহ ভাল ৷ পৰিয়ালৰ লগত আনন্দৰ কটাওক ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.