ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 29, 2021, 12:10 AM IST

মেষ ৰাশি : দিন প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল বন্ধুত্ব হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷

মিথুন ৰাশি : দিনটো শুভ ৷ কৰ্ম ক্ষেত্ৰত ভাল ফল লাভ ৷ আয় বৃদ্ধি ৷ পৰিয়ালৰ সৈতে দিনটো আনন্দৰে পাৰ হ’ব ৷

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷

সিংহ ৰাশি : ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷

কন্যা ৰাশি : ভাগ্য ভাল ৷ সৰু যাত্ৰা বা মন্দিৰ ভ্ৰমণ হʼব পাৰে ৷ সন্তানৰ স্বাস্থ্যৰ যতন লওক ৷ পৰিয়ালৰ তথা বন্ধু-বৰ্গৰ সৈতে আনন্দৰে দিনটো পাৰ হ’ব ৷

তুলা ৰাশি : পৰিয়ালৰ যতন লওক ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ ভাল বন্ধু লাভ ৷ স্বাস্থ্যৰ অৱনতি ৷ সদায় যোগাসন কৰক ৷

বৃশ্চিক ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ পৰিয়ালত ঔষধ কিনাৰ খৰচ বৃদ্ধি হʼব পাৰে ৷ সদায় যোগাসন কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ বহু ব্যক্তিৰ সৈতে সংযোগ হʼব পাৰে ৷ মন পছন্দৰ কৰ্ম কৰক ৷ আনন্দিত হ’ব ৷ নতুন বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব পাৰে ৷ শান্ত হৈ কৰ্ম কৰক ৷ বন্ধুৰ সৈতে পাৰ্টি হʼব পাৰে ৷

কুম্ভ ৰাশি : দিনটো কিছু কঠিন হʼব ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শিক্ষার্থী সকলে অধ্যয়নত মনোযোগ দিয়া উচিত ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

মীন ৰাশি : নকৈ কাম আৰম্ভ কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ আয় বৃদ্ধি ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বহু ব্যক্তিৰ লগত সংযোগ হʼব ৷ মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.