মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ সন্তানৰ যতন লওক ৷
বৃষ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ জীৱনত সফলতা লাভ ৷
মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ ভাষ্যই আনক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
কৰ্কট ৰাশি : কৰ্ম-ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব পাৰে ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
সিংহ ৰাশি : নিজৰ মনৰ শুনিব ৷ প্ৰেমত মনোযোগ দিয়ক ৷ চৰকাৰী প্ৰকল্পত সফলতা লাভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷
কন্যা ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যি ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
তুলা ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷
বৃশ্চিক ৰাশি : কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
ধনু ৰাশি : কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
মকৰ ৰাশি : খৰচ বৃদ্ধি ৷ স্বাস্থ্য অনুন্নত ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
কুম্ভ ৰাশি : পাৰিবাৰিক জীৱন শুভ ৷ ভ্ৰমণৰ যোগ ৷ নতুন বাহন ক্ৰয়ৰ যোগ আছে ৷
মীন ৰাশি : নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷