ETV Bharat / bharat

Daily Horoscope For 28th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 28, 2023, 4:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 28th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ যুগ্ম জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰিব ৷ পৰায়ালৰ লগত সুখৰ মূহোৰ্ত বিশেষকৈ পত্নীৰ লগত কটোৱা সুন্দৰ সময়ে আপোনাক অধিক সবল কৰিব ৷ ধনৰ আগমন আৰু ভ্ৰমনৰ যোগ আছে ৷ আপোনাৰ মনলৈ আহি থকা অদৰকাৰি চিন্তাৰ বাবে পত্নীৰ কোপৰ চিকাৰ হ’ব পাৰে ৷ আপোনাৰ কামত আপোনাৰ দক্ষতাৰ বাবে আপোনাক সন্মান জনোৱা হ’ব ৷ অনাহক আলোচনা আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ ভ্ৰমনৰ বাবে উত্তম সময় যান বাহন কিনিবলৈ আগবাঢ়িব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত শৰীৰ আৰু মানসিক দিশৰ পৰা সুন্দৰ দিন ৷ ধনাগমন আৰু ভৌতিক সফলতাই আপোনাৰ মনক উৎফুল্লিত কৰি ৰাখিব ৷ নতুন কামৰ পৰিকল্পনা কৰক সফল হ’ব ৷ আপোনাৰ সফলতাত আপুনি নিজে আনন্দিত হোৱাৰ উপৰিও আনকো আনন্দিত কৰি তুলিব ৷ আপুনি কৰা আয়োজনত সকলো সন্তুষ্ট হ’ব আৰু আপোনাৰ সিদ্ধান্ত সথিক হ’ব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ পাব , আৰু তেওঁৰ ফালৰ পৰা উপহাৰ স্বৰূপে আ-অলংকাৰ লাভ কৰিব ৷ আগৰ পৰা ভুগি অহা অসুখৰ পৰা আচৰিতভাবে আৰোগ্য লাভ কৰিব ৷ কামৰ চাপ আচৰিত ধৰণে কম অনুভৱ কৰিব ৷

মিথুন ৰাশি: আজি আপোনলোকৰ বাবে বৰ ভাল দিন নহয় ৷ আপোনাৰ ওপৰত পৰিবেশৰ চাপ অনুভব কৰিব আৰু সেই চাপে আপোনাৰ কামত প্ৰভাব পেলাব ৷ পেটৰ জ্বলা পোৰা আদি কষ্ট পোৱা আৰু ভাগৰুৱা অনুভব কৰিব পাৰে ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা কিছুদিন আঁতৰত থাকক ৷ ব্যবসায়ৰ ক্ষেত্ৰত আগৰ পৰা কৰি থোৱা পৰিকল্পনা মতে কাম কৰক ৷ সন্তানৰ পঢ়া-শুনাৰ বাবে চিন্তাত পৰিব পাৰে ৷ ভ্ৰমণৰ বাবে উত্তম সময় নহয় কিন্তু শৈক্ষিক পৰিবেশ উন্নত মানৰ ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷

কৰ্কট ৰাশি: অতি বেচি ভালটো কেতিয়াবা বেয়া লুকাই থাকে! আপোনাৰ চাৰিওফালে হৈ থকা কান্ড কাৰখানাই আপোনাৰ খঙক গৰম লাভাৰ দৰে বোৱাই দিব ৷ এই সকলোবোৰৰ ফলত আপোনাৰ অতি মাত্ৰা খং আৰু উদ্দিগ্নতা বৃদ্ধি কৰিব ,আৰু আপোনাক মানসিকভাবে দুৰ্বল কৰি তুলিব ৷ আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে ৷ এই সকলোৰ পৰা পৰিত্ৰাণৰ বাবে কাজিয়া পেচালৰ পৰা আঁতৰি থাকক আৰু পত্নী বা মহিলাসংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰ আঁতৰি থাকক ৷ ধৈয্য ধৰক ৷

সিংহ ৰাশি: ভাল শৰীৰ আৰু ভাল পাৰিবাৰিক সময়ে আপোনাৰ দিন শুভ কৰিব ৷ ভাগ্য উদয়ৰ দিন, ভাতৃ ভগ্নীৰ লগত তথা প্ৰেয়সীৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ ভাল পোৱা ব্যক্তিৰ লগত ভ্ৰমন শুভ হ’ব ৷ ভাতৃ ভগ্নীৰ বিশ্বাস যোগ্যতা লাভ কৰিব ৷ কামৰ কৃতকায্যতাত আনন্দ লাভ কৰিব ৷ এই সময় পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ উপযুক্ত সময় ৷ কলাৰ লগত জৰিত সকলৰ বাবে উত্তম সময় ৷ আপুনি আপোনাৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰিব পাৰে ৷

কন্যা ৰাশি: পলমকৈ হ’লেও আপুনি কৰা কামৰ পুৰস্কাৰ লাভ কৰিব , তাৰ লগে লগে শাৰিৰিক আৰু ভৌতিক দিশত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ৷ আপুনি সফলতাৰ দিশত আগবাঢ়িব আৰু প্ৰিয় সংগীৰ লগত ভ্ৰমনৰ আনন্দ লাভ কৰিব পাৰিব ৷ হাতলৈ প্ৰচুৰ ধনৰ আগমন হ’ব ৷ সকলোৰে মাজত আপুনি জিলিকি উঠিব আৰু আজি আপুনি মিঠা মাতে সকলোকে মোহিত কৰিব পাৰিব ৷ আগুৱাই যাওক , আমদানি ৰপ্তানি ব্যবসায়ৰ লগত জৰিত সকলে প্ৰচুৰ সফলতা অৰ্জন কৰিব পাৰিব ৷

তুলা ৰাশি: কলা আৰু সাহিত্যৰ লগত জৰিত সকলৰ বাবে সুন্দৰ দিন ৷ যদিও আপুনি সম্পূৰ্ণকে কলা বা সাহিত্যৰ লগত জৰিত নহয় , এই সময়ত সেই বিষয় লৈ নতুনকৈ চিতা চৰ্চা কৰিব পাৰে ৷ আপোনাৰ কামৰ বাবে সকলোৰে প্ৰসংসাৰ পাত্ৰ হ’ব , যিয়ে আপোনাৰ বিশ্বাস বৃদ্ধি কৰিব ৷ নিজৰ বাবে বস্তু ক্ৰয় কৰিব পাৰে ৷ সুন্দৰ পোছাক বা অলংকাৰ ক্ৰয় কৰিব পাৰিব ৷ মাটি বাৰীৰ লেনদেন কৰাৰ বাবে উত্তম সময় ৷ শৰীৰ সুন্দৰ থাকিব আৰু ধনৰ আগমন লাভজনক হ’ব ৷ প্ৰেয়সীৰ লগত আবেলি সুন্দৰ ভাবে কটাব পাৰে ৷

বৃশ্চিক ৰাশি: এই দিনটো আপোনাৰ বাবে অবিশ্যাষ্য যেন লাগে ৷ আনৰ বিষয়ত সোমাই জুই জলাবলৈ চেষ্টা নকৰাই ভাল ৷ আৰু সেয়েহে শান্ত থাকক আৰু মানুহক নকৰিবলগীয়া ব্যৱহাৰ নকৰিব আৰু চিকিৎসাজনিত কাম এতিয়া নকৰাই ভাল ৷ প্ৰিয়জনৰ লগত তৰ্ক নকৰিব যাৰ ফলত ভুল বুজাবুজিৰ উৎপত্তি হ’ব পাৰে ৷ আৰু কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ এই সকলোবোৰে আপোনাক ভিতৰি ভাঙি পেলাব আৰু তাৰ প্ৰভাব শৰীৰ আৰু মনত পৰিব ৷ জমা খৰচৰ হিচাব থিকেই মিলি থাকিব , গতিকে অলপ আনন্দ কৰক ৷

ধনু ৰাশি: আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ ঘৰুৱা পৰিবেশ শান্ত থাকিব , বৈবাহিক জীৱন সুন্দৰ হ’ব আৰু অসুবিধা সহজে আঁতৰ হ’ব ৷ কামৰ পৰা অলপ বিৰতি লৈ ভাললগা সংগী বা পৰিয়ালৰ সৈতে ভ্ৰমনৰ সিদ্ধান্ত ল’ব পাৰে ৷ ই আপোনাক আনন্দ দিব ৷ আপোনাৰ আয় বৃদ্ধি হ’ব ৷ খাদ্যৰসিক সকলে নিৰ্ভয়ে বিভিন্ন খাদ্যৰ সোৱাদ ল’ব পাৰে ৷

মকৰ ৰাশি: গ্ৰহৰ প্ৰভাব ধনৰ ওপৰত ভালদৰে পৰিছে ৷ আপোনাৰ ব্যবসায়ে আগতকৈ উন্নতিৰ মূখ দেখিছে ৷ ব্যবসায় সংক্ৰান্তিয় ভ্ৰমন বা আনৰ পৰা পাব লগা ধন অনাৰ উৎকৃষ্ট সময় ৷ আপোনাৰ সম্বন্ধীয় লোক , বন্ধু আৰু সমাজৰ পৰা লাভ পাব ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷ পানী আৰু জুইৰ পৰা আতৰত থাকক ৷ কামত ঘুৰি ফুৰোতেই আজিৰ দিনটো পাৰ হৈ যাব ৷ সন্তানৰ পঢ়া শুনাৰ ওপৰত চকু ৰাখক ৷ আপোনাৰ আশাবোৰ পুৰন হ’ব ৷

কুম্ভ ৰাশি: গতানুগতিক দিন ৷ আপুনি আজি বৰ সতেজ অনুভব নকৰিব আৰু সৰুসুৰা বিষ আৰু এলাহ ভাবে আপোনাক অশুবিধাত পেলাব ৷ কিন্ত এই এলাহ ভাব খন্তেকিয়া ৷ আপোনাৰ বন্ধু আৰু ঘৰুৱা পৰিবেশে আপোনাক শান্ত আৰু মানসিক ভাবে সবল কৰি তুলিব ৷ কৰ্মক্ষেত্ৰত বচৰ হেচা আৰু কামৰ বোজাই আপোনাক নিৰানন্দ কৰি তুলিব ৷ফুৰিবলৈ যাব পাৰে ৷ বিদেশৰ পৰা কিবা বাতৰি আহিব পাৰে ৷

মীন ৰাশি: দিনটো প্ৰাৰ্থনা আৰু ধ্যানেৰে আৰম্ভ কৰক ৷ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব ৷ শৰীৰৰ বিশেষ যত্ন লওক ৷ মানুহৰ লগত সাৱধানে কথা পাতক, একে ধৰণে পৰিয়ালৰ লগটো সাৱধানে চলক ৷ হথাত হোবা ধনাগমনে আপোনাক আনন্দিত কৰি তুলিব ৷ যি কি নহওক টকা-পইচাৰ প্ৰয়োজন সকলোৰে আছে, গতিকে ইয়াক আহি থাকিবলৈ দিয়ক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.