ETV Bharat / bharat

Daily horoscope for 28th December : আজিৰ দিনটোৰ ৰাশিফল - Know Your day with ETV Bharat Astrology

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

Daily horoscope for 28th December
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Dec 28, 2021, 5:00 AM IST

মেষ ৰাশি : দিন প্ৰায় শুভ ৷ শুভবাৰ্তা লাভ কৰিব পাৰে ৷ লক্ষ্যত প্ৰায় সফল ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷

বৃষ ৰাশি : বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ শিক্ষাৰ্থীৰ বাবে দিনটো কিছু কঠিন হ’ব ৷ পেট অসুখ হ’ব পাৰে ৷

মিথুন ৰাশি : দিনটো জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷

কৰ্কট ৰাশি : দিনটোত শুভ ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুনকৈ কাম আৰম্ভ কৰিব পাৰে ৷ নিজৰ ব্যৱসায় তথা কৰ্মত মনোযোগ দিয়ক ৷ তথাপিও কিছু সময়ত খেলিমেলি হʼব পাৰে ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ অধিক তৰ্ক-বিতৰ্ক নকৰিব ৷ বিয়লি কিছু সাৱধানতা অৱলম্বন কৰক ৷

কন্যা ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ অৱশ্যে ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠ জনৰ পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ কাৰ্য সহজতে কৰিব পাৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

মীন ৰাশি : দিনটো শুভ ৷ প্ৰেমত শুভ ৷ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.