মেষ ৰাশি : সন্তানৰ যতন লওক ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰতিযোগিতা মূলক পৰীক্ষাত সফলতা লাভ ৷ পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
বৃষ ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ অৱশ্যে কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ প্ৰশংসা লাভ ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ জ্যেষ্ঠ জনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ বাক্যই শ্ৰোতাক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷
ককৰ্ট ৰাশি : কৰ্ম-ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷
সিংহ ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ যিকোনো নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷
তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ মানসিক স্থিতি উন্নত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷
বৃশ্চিক ৰাশি : নতুন অধ্যয়ন বা কর্মত ব্যস্ত হৈ পৰিব পাৰে ৷ দিনটো আপোন মানুহজন বা প্ৰেমৰ সৈতে কটাওক ৷ স্বাস্থ্য উন্নত ৷
ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ শান্ত হৈ কর্ম কৰক ৷ দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ সতৰ্ক হওক ৷
মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷
কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ বিবাহিতসকলৰ বাবে দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ ভাল হʼব ৷ প্ৰেমত শুভ ৷
মীন ৰাশি : দিনটো শুভ ৷ পুৰণি কৰ্মৰ ফল লাভ ৷ পুৰণি বিবাদ শেষ হ’ব ৷