ETV Bharat / bharat

Daily Horoscope for 27th May: আজি দিনটোৰ ৰাশিফল - Daily Horoscope for 27th May

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-27th-may
Daily Horoscope for 27th May: আজি দিনটোৰ ৰাশিফল
author img

By

Published : May 27, 2022, 5:08 AM IST

মেষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷ লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ নিৰুৎসাহিত হৈ নপৰিব ৷

বৃষ ৰাশি: খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ সমনীয়াৰ লগত বিবাদ হ’ব পাৰে ৷ সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব ৷

কৰ্কট ৰাশি: ভাল বন্ধু লাভ ৷ মানসিক চিন্তা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত দিনটো আনন্দৰে যাব ৷

সিংহ ৰাশি: সক্ৰিয় অনুভৱ হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত ভাল ৷ লক্ষ্য সফল হʼব ৷ ইশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিব ৷

কন্যা ৰাশি: খৰচ বৃদ্ধি ৷ নথি-পত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ সাৱধানে থাকক ৷ ভ্ৰমণত শুভ ৷

তুলা ৰাশি: সৌন্দৰ্য্যৰ প্ৰতি মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷ ভ্ৰমণত শুভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

বৃশ্চিক ৰাশি: যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷ ভাগ্য ভাল ৷ সতৰ্ক থকাটো ভাল ৷ আবেলিটো প্ৰায় ভাল হʼব ৷

ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

মকৰ ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷ ভ্ৰমণত শুভ ৷

কুম্ভ ৰাশি: কঠোৰ কাৰ্য কৰিলে সফল কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ ইশ্বৰৰ কৃপাদৃষ্টি লাভ কৰিব ৷

মীন ৰাশি: খৰচ বৃদ্ধি ৷ সতৰ্ক হোৱা উচিত ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.