ETV Bharat / bharat

Daily Horoscope for 27th June: আজি দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-27th-june
আজি দিনটোৰ ৰাশিফল
author img

By

Published : Jun 27, 2022, 5:02 AM IST

মেষ ৰাশি: কোনো কথাতে ভাগ ল’বলৈ ইচ্ছা নহʼব ৷ প্ৰেমত শুভ ৷ বিয়াৰ সংযোগত সফলতা লাভ কৰিব ৷ বিবাহিতসকলৰ বাবে শুভ দিন ৷

বৃষ ৰাশি: দিনটো খেলিমেলিৰে পাৰ হʼব ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷

মিথুন ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ ব্যক্তিগত জীৱন সুখৰ হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ পিছে কোনো কথাত পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিব ৷

কৰ্কট ৰাশি: চিন্তাধাৰাবোৰ ভাল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷

সিংহ ৰাশি: ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷ আনক নিৰুৎসাহী, পৰৰ্চচা কৰাৰ পৰা আঁতৰি থাকিব ৷ লাভ বৃদ্ধি ৷ প্ৰশংসা লাভ ৷

কন্যা ৰাশি: সফল হʼব ৷ কর্মত মনোযোগ দিব ৷ ধন উপাৰ্জন কৰিব ৷ বিচাৰধাৰা উন্নত হ’ব ৷ লাভ বৃদ্ধি ৷

তুলা ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে, সফল হʼব ৷ প্ৰশংসা লাভ ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ৰ লক্ষ্যত সফল হʼব ৷ দিনটো প্ৰায় ভাল ৷

বৃশ্চিক ৰাশি: কোনো বহুমূলীয়া ৰত্নমণি পালে তাক সযতনে ৰাখক ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব ৷ ব্যৱসায়ৰ নথিপত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷

ধনু ৰাশি: বিপদত পৰিব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থাকিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি: যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে, সফল হʼব ৷

কুম্ভ ৰাশি: কোনো ব্যক্তিক লগ পাব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে ৷

মীন ৰাশি: ব্যৱসায়ত মনোযোগ দিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.