ETV Bharat / bharat

Daily Horoscope for 27th February: আজিৰ দিনটোৰ ৰাশিফল - Know Your day with ETV Bharat Astrology

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily-horoscope-for-27th-february
Daily Horoscope for 27th February: আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Feb 27, 2022, 5:10 AM IST

মেষ ৰাশি : দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ খং-ৰাগ বৃদ্ধি ৷

বৃষ ৰাশি: কৰ্মব্যস্ততা বৃদ্ধি ৷ ভ্ৰমণ নকৰাই ভাল ৷ খোৱা-বোৱাত নজৰ দিব ৷

মিথুন ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ দিনটো আনন্দময় হ’ব ৷ মানসিক শান্তি লাভ কৰিব ৷

ককৰ্ট ৰাশি: প্ৰেমত ভাল ৷ বিয়া সংযোগত সফল লাভ হʼব ৷ দিনটো প্ৰায় ভাল হʼব ৷ পৰিয়ালৰ লোকৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দময় হʼব ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল হʼব ৷ লক্ষ্য সফল হʼব ৷

কন্যা ৰাশি: সফলতা লাভ ৷ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব পাৰে ৷

তুলা ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বন্ধু-বৰ্গৰ লগত ভাল ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি অথবা কাজিয়া হ’ব পাৰে ৷

ধনু ৰাশি : নিজৰ ওপৰত থকা আশ্বাস, ভাৰসা, নিশ্চয়তাই লক্ষ্য সফল কৰিব ৷

মকৰ ৰাশি : ব্যৱসায়ত ভাল ৷ সফল হʼব ৷ কর্মত ব্যস্ত বৃদ্ধি ৷

কুম্ভ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷

মীন ৰাশি : বন্ধু-বৰ্গৰ লগত ভাল ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.