মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ নতুন কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ লক্ষ্যত উপনীত হ’বলৈ হ’লে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ বন্ধু আৰু প্ৰেমৰ সৈতে সম্পর্ক উন্নত ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণলৈ যাব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণৰ সম্ভাৱনা ৷ সুস্থিৰে গাড়ী চলাওক ৷
মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদলৈ পদোন্নতি হʼব পাৰে ৷ কর্ম-ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়াটো শুভ ৷
কৰ্কট ৰাশি : আবেগৰ বশৱৰ্তী হ’ব পাৰে ৷ ইয়াৰ প্ৰভাৱ কৰ্মত পৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
সিংহ ৰাশি : নিজৰ ওপৰত ভৰসা ৰাখক, লক্ষ্য সফল ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷ কর্ম জীৱনত বিপদত পৰিব পাৰে ৷ সতৰ্ক হওক ৷
কন্যা ৰাশি : কর্মব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷
তুলা ৰাশি : দিনটো শুভ ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
বৃশ্চিক ৰাশি : কর্মব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷
ধনু ৰাশি : প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷ ভাগ্য ভাল হʼব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷
মকৰ ৰাশি : কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ কঠোৰ কাৰ্য সহজতে সমাপন কৰি সফলতা লাভ কৰিব ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
মীন ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্মজীৱনৰ লগতে ব্যক্তিগত জীৱনতো পৰিব ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কর্ম সম্পাদন কৰক ৷