মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ কৰ্মত সফল লাভ হʼব ৷ প্ৰশংসা লাভ ৷
মিথুন ৰাশি : আৱেগক নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
কৰ্কট ৰাশি : কোনো বিশেষ কাৰণত আৱেগিক হৈ থাকিব পাৰে ৷ কৰ্ম জীৱনত ভাল ফল লাভ হʼব ৷ মনোৰঞ্জন মূলক কাৰণত খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ মনোৰঞ্জন মূলক কাৰণত খৰচ বৃদ্ধি ৷
কন্যা ৰাশি : সন্তানৰ যতন লওক ৷ পৰিয়ালৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷ মন্দিৰ ভ্ৰমণ হʼব পাৰে ৷ দিনটো আনন্দময় হʼব ৷
তুলা ৰাশি : দিনটো আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ বিবাহিত সকলৰ বাবে দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
বৃশ্চিক ৰাশি : দিনটো আনন্দময় হʼব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ দাম্পত্য জীৱন আনন্দময় ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷
ধনু ৰাশি : দিন শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
মকৰ ৰাশি : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমৰ সম্পর্ক মনোযোগ দিয়ক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
কুম্ভ ৰাশি : নিজৰ কর্মত মনোযোগ দিয়ক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
মীন ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে সম্পর্ক প্ৰায় ভালে হʼব ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷