ETV Bharat / bharat

Daily Horoscope for 25th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 25, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-25th-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: কথা কওঁতে সাৱধান, নহ’লে আপোনাৰ কথাই আনক মানসিক আঘাত দিব পাৰে ৷ প্ৰেমত শুভ ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ সফলতা লাভ কৰিব ৷ দিনটো প্ৰায় ভাল ৷

বৃষ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলেও ফল নাপাব পাৰে ৷ আবেলি সৰু ভ্ৰমণ কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷

মিথুন ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি ৷ কর্মত সৰু যাত্ৰা হʼব পাৰে ৷ ব্যৱসায়ত সফল হʼব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷

কৰ্কট ৰাশি: কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাই ভাল ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷

সিংহ ৰাশি: মনৰ কথা শুনিব ৷ জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব ৷ ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷

কন্যা ৰাশি: কথা কওঁতে সাৱধান, নহ’লে আপোনাৰ কথাই আনক মানসিক আঘাত দিব পাৰে ৷ টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷ শুভ দিন ৷ দিনটো আনন্দপূৰ্ণ হ’ব ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি: দিনটো আনন্দৰে কটাব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ সফল হʼব ৷ ব্যৱসায়ত সফল হʼব ৷

বৃশ্চিক ৰাশি: নিৰ্ণয় লওঁতে সাৱধান হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ ব্যৱসায়ৰ বাবে সৰু যাত্ৰা হʼব পাৰে ৷ সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত মনোযোগ দিব ৷

ধনু ৰাশি: কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ ব্যৱসায়ত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তি দুৰ হ’ব ৷ বুদ্ধিৰে কর্ম কৰিব ৷

মকৰ ৰাশি: সফল হʼব ৷ ব্যৱসায় আৰু কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ ভুল পথত নচলিবলৈ আনক সহায় কৰিব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷

কুম্ভ ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ নতুন বন্ধু লগ পাব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ প্ৰেমত শুভ ৷

মীন ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কৰ্মজীৱনত বন্ধু লগ পাব ৷ প্ৰেমত শুভ ৷ ব্যৱসায়ত শুভ ৷ সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.