ETV Bharat / bharat

Daily horoscope for 24th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 24, 2022, 5:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

daily-horoscope-for-24th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেঘ ৰাশি: দিনটো প্ৰচণ্ড আৱেগপ্ৰৱণ, খৰখেদাকৈ যাব ৷ ধৈৰ্য ধৰি থাকক, ততালিকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিব বা কোনো সিদ্ধান্ত নল’ব ৷ মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ গ্ৰহৰ অৱস্থান ভাল নহয় ৷ সামান্য পেটৰ গণ্ডগোলে দিনটো আমনি দিব পাৰে ৷ সাৱধানে থাকিব ৷

বৃষ ৰাশি: কামবোৰত আত্মবিশ্বাসত অটুট থাকিব ৷ কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব পাৰিব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে ৷ ভৱিষ্যতৰ কাৰণে বুদ্ধি বিবেচনাৰে বিনিয়োগ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ পঢ়ুৱৈসকলৰ বাবে সময়টো বৰ ভাল ৷

মিথুন ৰাশি: কোনো নতুন কাম আৰম্ভ কৰিব পাৰে ৷ দিনটো লাভদায়ক আৰু ফলদায়ক৷ সতৰ্ক হৈ থাকিব ৷ সম্ভৱ হ’লে সংঘাত এৰাই চলক ৷ আৰ্থিক বিষয়ত সতৰ্ক থাকক ৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক আৰু সন্দেহজনক ভাৱ মনৰ পৰা আঁতৰাওক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বৰ ভালে নাথাকিব ৷ মনৰ কথাবোৰ মনৰ ভিতৰতে নাৰাখি খোলাখুলিকৈ কৈ দিয়ক, তেওঁলোকৰ সৈতে বিবাদৰ নিষ্পত্তি কৰক৷ আত্মীয়ৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে ৷ ঘৰুৱা পৰিৱেশ উদ্বেগজনক হৈ থাকিব ৷ কুটিল আৰু জঘন্য চিন্তা মনৰ পৰা আঁতৰাওক ৷

সিংহ ৰাশি: দিনটো সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ ততালিকে যিকোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব ৷ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ সন্মান বৃদ্ধি ৷ আত্মবিশ্বাসৰ ফলত সফল হ’ব ৷ অহংকাৰৰ পৰা দূৰত থাকক ৷ খং নিয়ন্ত্ৰণত ৰাখক আৰু মুখত লেকাম টানি ৰাখক ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷

কন্যা ৰাশি: আত্মবিশ্বাসৰ ফলত সফল হ’ব ৷ আত্মসন্তুষ্টিৰ ভাৱ মনৰ পৰা আঁতৰাওক আৰু অহংকাৰৰ পৰা দূৰত থাকক ৷ কাৰোবাৰ সৈতে মুখামুখি সংঘাত হ’ব পাৰে ৷ মানসিক অস্থিৰতা বৃদ্ধি পাব ৷ নিজক নিয়ন্ত্ৰণ কৰি ৰাখক ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো শুভ ৷ দিনটো আনন্দৰে কটাব ৷ ভ্ৰমণত শুভ ৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে সময়টো শুভ ৷

বৃশ্চিক ৰাশি: দিনটো সুখৰে কটাব ৷ শান্তিৰে দিনটো উপভোগ কৰিব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ সহকৰ্মীসকলৰ সহযোগিতা পাব ৷ দিনটো আনন্দেৰে পাৰ কৰিব ৷ সামাজিক মৰ্যাদা বৃদ্ধি পাব আৰু সন্মান বৃদ্ধি ৷

ধনু ৰাশি: স্বাস্থ্যৰ প্ৰতি যতন ল’ব ৷ বিশ্ৰাম লোৱা উচিত ৷ অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে সেইবোৰক আওকাণ নকৰিব ৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক ৷ নেতিবাচক প্ৰভাৱ পেলাব পৰা মানুহৰ সৈতে কাজিয়া নকৰিব ৷

মকৰ ৰাশি: অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব ৷ পুষ্টিকৰ খাদ্য খাব ৷ ভ্ৰমণত শুভ ৷ সাৱধান হওঁক ৷ ব্যয় বৃদ্ধি ৷ ক্ৰোধ আৰু নেতিবাচক চিন্তাৰ বশৱৰ্তী হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব ৷

কুম্ভ ৰাশি: দিনটো আনন্দৰে কটাওক ৷ প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব ৷ ব্যৱসায়িক অংশীদাৰিত্বকো সৌভাগ্যশালী কৰি তুলিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ গাড়ী ক্ৰয়ৰ বাবে সময়টো ভাল ৷

মীন ৰাশি: দিনটো সৌভাগ্যশালী ৷ ইচ্ছাশক্তি আৰু সংকল্পক অধিক শক্তিশালী হৈ উঠিব৷ সুস্থ অনুভৱ কৰিব ৷ শৰীৰচৰ্চাৰ নিয়ম মানি চলিবলৈ আৰম্ভ কৰিব৷ ঘৰত শান্তি বৰ্তি থাকিব ৷ খং আৰু কথাবতৰাত নিয়ন্ত্ৰণ ৰাখি চলক ৷ কোনো কথাৰ মাজত হস্তক্ষেপ নকৰিব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.