মেষ ৰাশি: ব্যক্তিগত বা ব্যৱসায়িক সকলো ক্ষেত্ৰতে সফল হ’ব ৷ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব৷ দিনটো আনন্দৰে কটাব ৷ ভ্ৰমণত শুভ ৷ ধৰ্মীয় কামত মনোনিৱেশ কৰক ৷
বৃষ ৰাশি: দিনটো সতেজ আৰু সক্ৰিয় যেন অনুভৱ কৰিব ৷ সফল হ’ব ৷ ধনাগমনৰ দিশ শুভ ৷ আজি বিচৰাখিনি লাভ কৰিব ৷
মিথুন ৰাশি: মনত দুবিধাৰ সৃষ্টি হ’ব ৷ মনোযোগৰ অভাৱে দেখা দিব ৷ মগজুত বেছি জোৰ দিয়া কাম কৰিবলৈ চেষ্টা নকৰাই ভাল ৷ কৰো লগত তৰ্ক নকৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ কিন্তু ভ্ৰমণ এসপ্তাহৰ বাবে বাতিল কৰক ,পানীৰ পৰা অলপ সাৱধানে থকা ভাল ৷
কৰ্কট ৰাশি: নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কামত সফলতা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি হ’ব৷ সামাজিক স্বীকৃতি লাভ কৰিব ৷
সিংহ ৰাশি: খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ প্ৰিয়জনৰ লগত পুনৰ মিলন লাভজনক হ’ব ৷ পৰিয়াল , বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দাঁতৰ বিষ আৰু চকুৰ অসুখে আমনি কৰিব ৷ চিকিৎসকৰ লগত পৰামৰ্শ কৰক ৷
কন্যা ৰাশি: লাভজনক ব্যবসায় আৰম্ভ কৰিব পাৰিব ৷ মনটো আনন্দময় হৈ থাকিব৷ ভাল খবৰ আহিব ৷ বিবাহিতসকলে বৈবাহিক সুখ অনুভৱ কৰিব ৷
তুলা ৰাশি: মানুহৰ লগত যোগাযোগ অলপ কম কৰক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে ৷ ব্যৱসায়ৰ বাবে অলপ বেয়া সময় ৷ আইনী কামত বিশেষ সাৱধান হওক৷ ঘনিষ্টসকলৰ লগত সম্পৰ্কত বিঘিনি ঘটিব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু গাড়ী চলাওতে সাৱধান হওক ৷
বৃশ্চিক ৰাশি: সুফল কঢ়িয়াই আনিব ৷ কোনো বিশেষজনক লগ পাব ৷ বিবাহিতসকলে পত্নী আৰু সন্তানৰ পৰা সহযোগ লাভ কৰিব ৷ সামাজিক জীৱনত স্থিতি সৱল হ’ব ৷
ধনু ৰাশি: দিনটো ফুৰ্তিৰ আৰু আনন্দৰ হৈ উঠিব ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ ধনাগমনৰ বাট মুকলি হ’ব ৷ দায়িত্ব আৰু কাম বৃদ্ধি হ’ব ৷ কামৰ বাবে ভ্ৰমণৰ যোগ আছে ৷
মকৰ ৰাশি: মিশ্ৰিত ফল লাভ কৰিব৷ কলাসন্মত কামত সফলতা লাভ কৰিব ৷ কামত মনোনিৱেশ কৰাত ব্যৰ্থ হ’ব আৰু অস্থিৰতা অনুভৱ কৰিব ৷ সন্তানৰ বাবে উদ্দিগ্নতা বাঢ়িব ৷
কুম্ভ ৰাশি: গণেশৰ পৰামৰ্শ মতে বে-আইনি আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ কথা কওঁতে সাৱধান হওক ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কৰ পৰা আঁতৰি থাকক ৷ মানসিকভাৱে আঘাত অনুভৱ কৰিব পাৰে ৷ নিজৰ ভুলৰ বাবে আনক দোষাৰোপ নকৰিব ৷ মানসিক আঘাতে শৰীৰ বেয়া কৰি তুলিব পাৰে ৷ যত্ন লওক আৰু চিন্তা বাদ দিয়ক ৷
মীন ৰাশি: গতানুগতিক জীৱন ৷ দিনটো আনন্দৰে কটাওক ৷ মানসিক আৰু শাৰিৰিকভাৱে শক্তিশালী হৈ থাকিব ৷