ETV Bharat / bharat

Daily Horoscope For 24th February: আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

author img

By

Published : Feb 24, 2023, 5:06 AM IST

Daily Horoscope For 24th February 2023
আপোনাৰ দিনটোৰ ৰাশিফল, জানক কেনে যাব আপোনাৰ দিনটো

মেষ ৰাশি: আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । বন্ধু আৰু প্ৰিয়জনৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল ।

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বিশেষ এটা ভাল নহয় । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব নোৱাৰা হ’ব । অধিক ব্যয়ৰ যোগ আছে । কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নোপোৱাৰ বাবে আপুনি বিষণ্ণ হৈ পৰিব পাৰে । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।

মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সু-সংবাদ পাব পাৰে । বন্ধু বৰ্গৰ সৈতে সাক্ষাৎ কৰাৰ পিছত আপুনি আনন্দ লাভ কৰিব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব । প্ৰেমত শুভ ৷

কৰ্কট ৰাশি: বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰ পৰা প্ৰচুৰ সহযোগিতা লাভ কৰিব । পদোন্নতিৰ যোগ । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যাধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপি আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।

সিংহ ৰাশি: আজি আপুনি ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে যুক্ত হ’ব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো শুভ । আপুনি যদি কোনো কাম কৰিব বুলি ঠিক কৰি লয় তেন্তে সেই কাম শেষ কৰাৰ কাৰণে আপুনি ওতঃপ্ৰোত চেষ্টা কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ'ব পাৰে ।

কন্যা ৰাশি: আজি নিজৰ মুখত লেকাম টানি ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । আজি আপুনি বিৰক্ত হৈ থাকিব, খং উঠি থাকিব আপোনাৰ । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ ফলত আপোনাৰ বেয়া লাগি থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰপৰা সাৱধানে থাকিব ।

তুলা ৰাশি: প্ৰিয়জন আৰু বন্ধুসকলৰ সৈতে মনোৰঞ্জনমূলক ক্ৰিয়াকলাপত যুক্ত হৈ আপুনি আনন্দ লাভ কৰিব । ভ্ৰমণৰ বাবে দিনটো শুভ । আজি আপুনি কাপোৰ আৰু ইলেকট্ৰনিক যন্ত্ৰ ক্ৰয় কৰিব পাৰে । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ সন্মান বৃদ্ধি হ’ব ।

বৃশ্চিক ৰাশি: আজি গোটেই দিন আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পূৰ্ণ হৈ থাকিব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া হৈ থাকিব । আজি আপোনাৰ প্ৰতিপক্ষসকল পৰাস্ত হ’ব । আপুনি সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব । বান্ধৱীক লগ পাই আপুনি আনন্দ লাভ কৰিব । আৰ্থিক লাভ হ’ব পাৰে । ৰৈ থকা কামবোৰ শেষ কৰিব পাৰিব । যিসকলে অসুস্থ হৈ আছিলে তেওঁলোকে কিছু সকাহ পাব ।

ধনু ৰাশি: ব্যৰ্থতাৰ বাবে হতাশ হৈ নাথাকিব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । সন্তানক লৈ দুশ্চিন্তাত ভুগিব পাৰে । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । মানসিক আৰু শাৰীৰিকভাৱে আপুনি তজবজীয়া হৈ থাকিব । আপোনাৰ পৰিয়ালক লৈ অপ্ৰত্যাশিত ঘটনাৰ ফলত আপুনি উদ্বিগ্ন হৈ থাকিব । অনিদ্ৰাই আপোনাক অশান্তি দিব পাৰে । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । আপোনাৰ সুনাম নষ্ট হ’ব পৰা ঘটনা ঘটিব পাৰে ।

কুম্ভ ৰাশি: আজি আপুনি মানসিক যন্ত্ৰণাৰ পৰা কিছু সকাহ পাব । আজি আপুনি উদ্দীপ্ত হৈ থাকিব । আজি আপুনি দিনটো আনন্দৰ মাজেৰে পাৰ কৰি দিব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে অনানুষ্ঠানিক মিলামিচা হোৱাৰ যোগ আছে । আজি আপুনি গুৰুত্বপূৰ্ণ কোনো কাম কৰিব পাৰে । সৰুসুৰা ভ্ৰমণ হ’ব পাৰে ।

মীন ৰাশি: আজি আপুনি ভালকৈ নিজৰ মুখত লেকাম টানি ৰাখক । যদি এনেকুৱা কৰিব নোৱাৰে, তেন্তে আপোনাৰ চাৰিওফালৰ পৰিৱেশ প্ৰতিকূল হৈ উঠিব । ব্যয় নিয়ন্ত্ৰণ কৰাৰ ফালেও চকু দিব । আৰ্থিক বিষয়ত সাৱধানে থাকিব । আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । আত্মীয়-স্বজনৰ সৈতে অনাকাংক্ষিত কিছু ঘটনা আপোনাৰ আৰু তেওঁলোকৰ মাজত কিছু নেতিবাচক অৱস্থাৰ সৃষ্টি কৰিব । অধিক ভোজন এৰাই চলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.