ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 24, 2022, 5:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

DAILY HOROSCOPE FOR 24TH AUGUST
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো শুভ ৷ নতুন কাম আৰম্ভ কৰিবলৈ শ্ৰেষ্ঠ দিন । ব্যৱসায়ীক আৰু পেচাদাৰী লোকসকলে কাৰ্যালয়ত আনন্দৰ সময় উপভোগ কৰিব, কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্ঠা দেখি জ্যেষ্ঠসকল সন্তুষ্ট হ'ব । মনোযোগ আৰু দৃঢ়তাৰ অভাৱ হ'ব পাৰে । পানীৰ পৰা আঁতৰত থাকক ।

বৃষ ৰাশি: মধ্যমীয়া দিন । বন্ধুবৰ্গৰ সৈতে আনন্দময় সময় কটাব পাৰে । ধন সঞ্চয় কৰক অন্যথা বিত্তীয় সংকটত পৰিব পাৰে ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: মন আনন্দময় হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অধিক সময় কটাব । সুস্বাদ্যু আহাৰ গ্ৰহণ কৰা আৰু বজাৰলৈ যোৱাৰ সম্ভাৱনা । আৰ্থিক লাভৰ সম্ভাৱনা । নেতিবাচক মনোভাৱ মনত আহিবলৈ নিদিব ।

কৰ্কট ৰাশি: আয়তকৈ ব্যয় অধিক হোৱাৰ সম্ভাৱনা ৷ চিন্তা কৰি ত্যাগ কৰক । চকুৰ সমস্যাত ভূগিব পাৰে । ক্ৰোধ আৰু জিভাক নিয়ন্ত্ৰণত ৰাখক ৷ বিপদৰ সন্মূখীন হ'ব পাৰে ৷ আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা । আৰাম কৰক আৰু নেতিবাচক চিন্তা মনলৈ নানিব ।

সিংহ ৰাশি: দিনটো শুভ । লাভজনক খবৰ শুনি উত্‍সাহিত অনুভৱ কৰিব পাৰে । আয় আৰু অন্য আৰ্থিক উত্‍স বৃদ্ধি পোৱাৰ সম্ভাৱনা । ক্ৰোধ বৃদ্ধি ৷ বিবাদত লিপ্ত হ'ব পাৰে । দূৰ্ঘটনা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ।

কন্যা ৰাশি: শুভ দিন । পৰিয়ালৰ সৈতে বান্ধোন অধিক শক্তিশালী হ'ব ৷ বন্ধু আৰু আত্মীয়ৰ সৈতে সময় কটাব ৷ কৰ্মত সফলতা ৷ অবিবাহিতসকলৰ বাবে বিবাহৰ যোগ ৷ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক । যান-বাহন চলাওতে সাৱধানতা অৱলম্বন কৰক ৷

তুলা ৰাশি: সন্তানৰ সৈতে মনোমালিন্য ঘটিব পাৰে । কৰ্মস্থলীতো, পৰিস্থিতি আপোনাৰ পক্ষে নাথাকিব পাৰে ৷ দিনটোৰ পিছৰ ভাগত আপোনাৰ গ্ৰহসমূহ সক্ৰিয় হ'ব । জ্যেষ্ঠসকলৰ সৈতে সম্বন্ধ উন্নত হ'ব ৷ আপোনাৰ কামৰ অগ্ৰগতিত আপুনি উত্‍সাহিত হ'ব । আপোনাৰ ভাল কামৰ বাবে সন্মান লাভ কৰিব ।

বৃশ্চিক ৰাশি: দিনটো আপুনি অস্থিৰতা আৰু বিৰক্তি অনুভৱ কৰিব পাৰে ৷ ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব । কৰ্মস্থলীত অপ্ৰত্যাশিত ঘটনাই আপোনাক চিন্তিত কৰিব পাৰে। খোৱা বোৱাৰ অনিময় অভ্যাসে, পাচন প্ৰক্ৰিয়াত বিৰোপ প্ৰভাৱ পেলাব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

ধনু ৰাশি: মিশ্ৰিত ঘটনাৰ পৰিপূৰ্ণ এটা দিন । পুৱাৰ সময়ছোৱা আনন্দময় আৰু প্ৰাণৱন্ত অনুভৱ কৰিব । শান্ত থাকক ৷ পৰিয়ালৰ লোক বা সহকৰ্মীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা । ধ্যান সাধনা কৰক ৷

মকৰ ৰাশি: শুভ দিন ৷ ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । সন্মান আৰু খ্যাতি বৃদ্ধি পাব । আৰ্থিক লাভৰ সম্ভাৱনা । নতুন বাহন ক্ৰয় কৰিব পাৰে । বন্ধুৰ সৈতে পাৰ্টি বা লংগ ড্ৰাইভত যাব পাৰে ।

কুম্ভ ৰাশি: সৃজনীমূলক কৰ্ম কৰিব ৷ সন্তানৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন চিন্তাত পৰিব পাৰে ৷ মানসিক অৱসাদ অনুভৱ কৰিব । শান্ত থাকক । কৰ্মস্থলীত পৰিস্থিতি উন্নত হ'ব । কৰ্মস্থলীৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ।

মীন ৰাশি: দিনটো শুভ । উদ্বিগ্নতাই আপোনাৰ কৰ্মত সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । মাটি-বাৰী বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । পাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিব পাৰে । যাত্ৰাৰ পৰিকল্পনা অহাসপ্তাহৰ বাবে পিছুৱাই দিয়ক । শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.