ETV Bharat / bharat

Daily horoscope for 23rd September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 23, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

daily-horoscope-for-23rd-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেঘ ৰাশি: নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ শুভ দিন ৷ শাৰীৰিকভাৱেই হওক বা মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে ৷ কৰ্ম ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব ৷ বেয়া চিন্তাৰ পৰা দূৰত থাকক ৷ অনাৱশ্যক দায়িত্ব পালন নকৰিব ৷ পেটৰ সমস্যা হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে ভ্ৰমণ পিছুৱাই দিয়ক ৷

বৃষ ৰাশি: দিনটো উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে কামত প্ৰত্যাশিত ফল পাব ৷ পঢ়ুৱৈসকলে সহজতে পঢ়াশুনা বুজি পাব আৰু পঢ়াশুনা কৰি আনন্দও পাব ৷ বিত্তীয় লেনদেনত লাভ সুনিশ্চিত ৷ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷

মিথুন ৰাশি: নতুন কাম বা প্ৰকল্প হাতত ল’লে, সেয়া সফলভাৱে সম্পন্ন হ’ব ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰচুৰ উদগনি আৰু সমৰ্থন লাভ কৰিব ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে ৷ বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ’ব পাৰে ৷ চিন্তা বাৰে বাৰে সলনি হৈ থাকিব ৷ আৰ্থিক দিশত উত্থান-পতন হ’ব পাৰে ৷

কৰ্কট ৰাশি: হতাশাই আগুৰি ধৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ চকুৰ সমস্যাই দেখা দিব পাৰে ৷ ঘৰুৱা পৰিৱেশ সেমেকি থাকিব ৷ ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ৷ পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বেআইনী আৰু বেয়া চিন্তাধাৰাক মনত আহিবলৈ নিদিব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি: দিনটো উদ্দীপনা আৰু আত্মবিশ্বাসৰে ভৰি পৰিব ৷ সিদ্ধান্তবোৰ খৰতকীয়া আৰু ভ্ৰান্তিহীনভাৱে ল’ব পাৰে ৷ পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷

কন্যা ৰাশি: সদিচ্ছা আৰু অহংকাৰৰ সংঘাত দেখা দিব পাৰে ৷ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ খঙাল হৈ থাকিব ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক ৷ ব্যয় বৃদ্ধি ৷ কাজিয়া বিবাদৰ পৰা দূৰত থাকক ৷

তুলা ৰাশি: দিনটো সুখৰ হ’ব ৷ লাভদায়ক হ’ব ৷ সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব ৷ মন ভালে থাকিব ৷ আয় বৃদ্ধি হ’ব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ বিবাহৰ যোগ আছে ৷ সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ৷

বৃশ্চিক ৰাশি: সকলো দিশতে ভাল হোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সফল হ’ব ৷ কামত প্ৰশংসা লাভ কৰিব ৷ পদোন্নতিৰ সম্ভাৱনা আছে ৷ ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব ৷

ধনু ৰাশি: অসুস্থ অনুভৱ কৰিব ৷ অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব । মানসিক চাপ আৰু উদ্বেগত ভূগিব ৷ ব্যৱসায়ত বিফল হোৱাৰ প্ৰৱল আশংকা আছে ৷ কোনো কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷

মকৰ ৰাশি: ব্যয় বৃদ্ধি ৷ সামাজিক দায়বদ্ধতা বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷ খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওঁক ৷ নিজৰ মূৰ গৰম হ’বলৈ নিদিব ৷ ইতিবাচক হৈ থাকক ৷ নেতিবাচক মনোভাৱ দূৰত ৰাখক ৷ ব্যৱসায়িক দিশত সফল হ’ব ৷ কৰ্মক্ষেত্ৰত কামবোৰ সফলভাৱে সম্পন্ন কৰিব পাৰিব ৷

কুম্ভ ৰাশি: সকলো কাম দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ লাভবান হ’ব ৷

মীন ৰাশি: আত্মবিশ্বাসৰ ফলত সফল হ’ব ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ নিজৰ কথাবতৰা আৰু আচৰণত শান্ত হৈ থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.