ETV Bharat / bharat

Daily Horoscope for 21st June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 21, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-21st-june
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ সন্ধিয়া পৰিয়ালৰ লগত সময় কটাব ৷ ব্যৱসায়ত মনোযোগ দিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ বুদ্ধিৰে কর্ম কৰিব ৷

বৃষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ ভাগ্য ভাল ৷ ব্যবসায়ত নতুন পৰিকল্পনা কৰিব পাৰে ৷ চাকৰিত পদ্দোন্নতি হ’ব পাৰে ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মিথুন ৰাশি: কৰ্মজীৱনত ভাল বন্ধু হʼব ৷ লক্ষ্যত সফল হʼব ৷ সক্ৰিয় অনুভৱ ভাল হʼব ৷ সফল হʼব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

কৰ্কট ৰাশি: সঁচা মিছা বিচাৰোতে ব্যস্ত থাকিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ শৰীৰ ভালে যাব ৷ শান্ত হৈ থাকিব ৷

সিংহ ৰাশি: প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ কৰ্ম জীৱনত সফল হ’ব ৷ লক্ষ্যত উপনীত হ’ব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

কন্যা ৰাশি: পৰিয়ালক উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ কৰ্ম জীৱনত ভাল বন্ধু লগ পাব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ খৰচ বৃদ্ধি ৷

তুলা ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফল কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

বৃশ্চিক ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে দিনটো আনন্দৰে যাব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

ধনু ৰাশি: যুগল স্থিতিৰ সম্মুখীন হʼব ৷ দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

মকৰ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ খোৱা-লোৱাত মনোযোগ দিব ৷

কুম্ভ ৰাশি: নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল ৷ সফল হʼব ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷

মীন ৰাশি: মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ কাৰো আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.