ETV Bharat / bharat

Daily horoscope for 20th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 20, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-20th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো আৱেগিক হৈ থাকিব ৷ দুশ্চিন্তাৰ মাজত থাকিব ৷ স্বাস্থ্য বৰ ভালে নাযাব ৷ কাৰো লগত অতিপাত কথা নাপাতিব, সামান্য কথাবতৰাও সাংঘাতিক হৈ উঠিব পাৰে, যাৰ ফলত ঘনিষ্ঠ আৰু প্ৰিয়জনসকলে হতাশ হৈ দুখ পাব পাৰে ৷ সামাজিক মৰ্যাদা আৰু সন্মানৰ ক্ষতি কৰিব পাৰে এনেকুৱা পৰিস্থিতিৰপৰা দূৰত থাকক ৷ কোনো নতুন উদ্যোগ লৈ কাম আৰম্ভ নকৰিব ৷

বৃষ ৰাশি: সকলো পৰিস্থিতি সফলভাৱে চম্ভালি ল’ব পাৰিব ৷ ক’ৰবাত বিনিয়োগ কৰাৰ আগতে নিশ্চিত হৈ লওঁক যে, নিজৰ কষ্টেৰে অৰ্জন কৰা ধন সঠিক ঠাইতে বিনিয়োগ কৰি আছে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ আৰু শান্তিপূৰ্ণ থাকিব ৷ নিজৰ কামক উপভোগ কৰিব পাৰে ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ গ্ৰহ আজি অনুকূল ৷ স্বাস্থ্য ভালে থাকিব ৷

মিথুন ৰাশি: পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ ধন ব্যয় হ’ব ৷ বিনিয়োগ কৰাৰ সময়ত সাৱধানে কৰিব ৷ সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৷

কৰ্কট ৰাশি: দিনটো শুভ নহয় ৷ খৰচ বৃদ্ধি ৷ দিনটো চিন্তাত থাকিব ৷ সাৱধানে থাকক, কিয়নো দুশ্চিন্তাই ক্ষতি কৰিব পাৰে ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷ ঘৰুৱা পৰিৱেশ অনুকূল হৈ থাকিব ৷ মনৰ পৰা নেতিবাচক চিন্তা দূৰ কৰক ৷

সিংহ ৰাশি: অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ দিনটো বিৰক্তি লাগি থাকিব পাৰে ৷ মনটোক প্ৰফুল্ল ৰাখক ৷ খঙাল হৈ থাকিব ৷ ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব ৷ পাৰিবাৰিক নৈশভোজৰ পৰিকল্পনা কৰিব পাৰে ৷

কন্যা ৰাশি: ব্যৱসায়ীসকলৰ কাৰণে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ হ’ব, কাৰণ তেওঁলোকে প্ৰাপ্য ধন পাব পাৰে ৷ পেছাদাৰসকলৰ কাৰণেও দিনটো লাভদায়ক ৷ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ কথা কওতে সাৱধান ৷ নহ’লে কোনো ঘনিষ্ঠ বন্ধুৱে মনত আঘাত পাব পাৰে ।

তুলা ৰাশি: দিনটো উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ স্বাস্থ্য ভালে থাকিব ৷ পদোন্নতি হ’ব ৷ সন্মান আৰু মৰ্যাদা লাভ কৰিব ৷ আইন সম্বন্ধীয় বিষয় আৰু চৰকাৰী কামকাজ ইতিবাচকভাৱে সম্পন্ন হ’ব যেন লাগিছে ৷ বিনিয়োগ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো মধ্যমীয়া ৷ শত্ৰু আৰু প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ ঘৰৰ পৰিৱেশক উন্নত কৰি তুলিব পাৰে ৷ ভ্ৰমণত শুভ ৷

ধনু ৰাশি: সাৱধানতা অৱলম্বন কৰিব ৷ খং উঠি থাকিব, বিৰক্ত হৈ থাকিব আৰু অস্থিৰ হৈ থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ শত্ৰু আৰু প্ৰতিযোগীসকলৰ পৰা সতৰ্ক থাকক ৷ সন্তানৰ কাৰণে দুশ্চিন্তা হ’ব পাৰে ৷

মকৰ ৰাশি: গ্ৰহবোৰে ঘনে ঘনে সলনি হৈ থাকিব পাৰে ৷ শান্ত মন আগ্ৰাসী হৈ উঠিব পৰা পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ সতৰ্ক থাকক ৷ সহকৰ্মী বা পৰিয়ালৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ ধ্যান কৰক ৷ হতাশা আৰু নেতিবাচক মনোভাৱ এৰাই চলিব পাৰিব ৷

কুম্ভ ৰাশি: নতুন কাম আৰু প্ৰকল্প হাতত ল’ব পাৰিব ৷ সফলতা লাভ কৰিব ৷ নাম সন্মান বৃদ্ধি হ’ব ৷ মানসিক আৰু শাৰীৰিক অৱস্থাও ইতিবাচক হৈ থাকিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: প্ৰিয়জনসকলৰ সৈতে সাক্ষাৎ লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো ভাল ৷ খং পৰিহাৰ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.