ETV Bharat / bharat

Daily Horoscope For 20th November 2023: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 20th November 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে । আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব । আজি আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব । আজি আপোনাৰ মনত অজস্ৰ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব । আপোনাৰ মন আজি সন্তোষজনক হৈ থাকিব আৰু এই মনোভাৱৰ দ্বাৰা আপোনাৰ লাভো হ’ব পাৰে ।

বৃষ ৰাশি: এটা অতি বিভ্ৰান্তিকৰ দিন । কোনো মুহূৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিব, পিছ মুহূৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দীৰ বাবে বিৰক্তি অনুভৱ কৰিব । তৰ্কত লিপ্ত হ’ব পাৰে । শান্ত হওক । কোনো মধুৰ মন শান্ত কৰা সংগীত শুনক, গুণগুণাওক । ধ্যান কৰক । সূৰ্য্যাস্তৰ পিছত সকলো ঠিক হৈ পৰিব আৰু ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য বিষয়টো সুখ লাভ কৰিব ।

মিথুন ৰাশি: স্বামী বা স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ এই সপ্তাহটো চিন্তাত থাকিব । তৰ্ক-বিতৰ্কৰপাৰ দূৰত থকাই ভাল । আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব । বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি । পেটৰ সমস্যা দেখা দিব পাৰে । কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে । যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।

কৰ্কট ৰাশি: বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব । আজি আপুনি আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব । পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে। ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে । আজি অনাহাৰত থাকিবলগীয়া হ’ব পাৰে । আজি আপোনাৰ টোপনিও ভাল নহ’ব হয়তো । হৃদৰোগত ভুগিব পাৰে ।

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব। ভাই-ভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । ভাই-ভনীৰপৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্ক আৱেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে । আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব । বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক । আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে। ভ্ৰমণৰ যোগ আছে। ব্যয় নিয়ন্ত্ৰণ কৰক । পঢ়ুৱৈসকলৰ কাৰণে সময়টো জটিল ।

তুলা ৰাশি: আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে। আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে । সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি । আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে । মামলা-মোকৰ্দমা এৰাই চলক, তথাপি যদি এইবোৰত সোমাবলগীয়া হয়, তেতিয়া হ’লে সাৱধানে পদক্ষেপ কৰক। মনোৰঞ্জনৰ নামত খৰছ কৰিব পাৰে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনসকলৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল । সংসাৰত শান্তি বিৰাজ কৰিব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পাব ।

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আপুনি আনন্দ পাব পাৰে। ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব। কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব । আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব। সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ।

কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব । আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱা ভাৱে আপোনাক আমনি দি থাকিব । তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব । ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক থাকিব । মনোৰঞ্জনৰ কামত খৰছ হ’ব পাৰে । সন্তানক লৈ উদ্বেগ হ’ব পাৰে । বিদেশৰপৰা কিবা খবৰ পাব পাৰে ।

মীন ৰাশি: মানসিকভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব । দুটা পৰস্পৰ বিৰোধী সময় । দিনটোৰ প্ৰথম ভাগটো সকলো কাম আৰু বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব । বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে । আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব । দিনটোৰ পিছৰ ভাগত সকলো সলনি হ’ব । ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক । যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে । আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে সান্ত্বনা পাব পাৰে । ধ্যান কৰক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.