ETV Bharat / bharat

Daily Horoscope for 20th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 20, 2022, 5:00 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-20th-june
Daily Horoscope for 20th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: দিনটো অত্যন্ত ভাল ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল ৷ সফল হ’ব ৷ চাকৰিয়ালসকলৰ বাবে শুভ ৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব ৷

মিথুন ৰাশি: এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কাৰ্যক প্ৰভাৱান্বিত কৰিব ৷ গ্ৰহ ভাল নহয় ৷ দিনটো খেলিমেলিৰে পাৰ হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

কৰ্কট ৰাশি: ভাগ্য ভাল নহয়, ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ সফল হʼব ৷

সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে নাযাব ৷ বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক ৷ মামলা-মোকৰ্দমাত নোসোমাব ৷

কন্যা ৰাশি: বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো শুভ ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷ বেমাৰত ভুগি থকাসকলে সুস্থ হৈ উঠিব পাৰে ৷

তুলা ৰাশি: সতৰ্কতা অৱলম্বন কৰিব ৷ কোনো ব্যক্তিয়ে আঘাত দিব পাৰে ৷ প্ৰেমত শুভ ৷ লক্ষ্যত সফল হʼব ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷

বৃশ্চিক ৰাশি: মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ দিনটো অত্যন্ত ভাল ৷

ধনু ৰাশি: শুভ দিন ৷ সফল হ’ব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷

মকৰ ৰাশি: দিনটো খেলিমেলিৰে পাৰ হ’ব ৷ কর্মত মনোযোগ দিব ৷ নতুন পৰিকল্পনা নকৰিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷

কুম্ভ ৰাশি: দিনটো প্ৰায় ভাল ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ যুক্তিৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিলে দিনটো ভালে যাব ৷

মীন ৰাশি: বিবাহিতসকলৰ বাবে শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণত যাব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ দিনটো প্ৰায় ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.