ETV Bharat / bharat

Daily Horoscope For 1st November: কেনে যাব আপোনাৰ আজিৰ দিনটো ? - ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st November 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো ?
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 6:01 AM IST

মেষ ৰাশি: আজি আপুনি নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কোনোবাৰ লগত কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কিয়নো মনত আঘাত দিব পৰা কথা আৰু কটুবাক্যই সু-সম্পৰ্কক নষ্ট কৰিব পাৰে ৷ দিনটোৰ শেষভাগত আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব ৷ অৱশ্যে সৰু-সুৰা কোনো সমস্যাত পৰিলে আপুনি সহকৰ্মীসকলক ভৰসা কৰিব পাৰে ৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক!

বৃষ ৰাশি: আজি আপুনি দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ’ব ৷ অৱশ্যে দিনটোৰ পিছৰ ভাগত আপোনাৰ গ্ৰহ সামান্য দুৰ্বল থাকিব যেন লাগিছে ৷ কথা কোৱাৰ সময়ত সাৱধানে থাকিব, কিয়নো আপোনাৰ বাক্যই পৰিস্থিতি আৰু অধিক গম্ভীৰ কৰি তুলিব পাৰে ৷ শত্ৰুসকলৰ পৰা সাৱধান, কিয়নো তেওঁলোকে আপোনাৰ প্ৰত্যেক পদক্ষেপত চকু ৰাখি আছে ৷ পৰিয়ালৰ সৈতে সময় কটাব পাৰে ৷ আজি ধৰ্মীয় বিষয় আৰু ক্ৰিয়াকলাপৰ আপুনি ব্যস্ত হ’ব পাৰে ৷ আপোনাৰ দিনটো আজি মনোৰম!

মিথুন ৰাশি: শুভ দিন ৷ আজিৰ দিনটো আপুনি খেল ধেমালি বা মনোৰঞ্জন কাৰ্যকলাপেৰে আৰম্ভ কৰক ৷ জগিং বা ব্যায়াম কৰক ৷ তেতিয়া আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ আজিৰ এই অনুকূল সময়ৰ যিমান পাৰে সদ্ব্যৱহাৰ কৰক!

কৰ্কট ৰাশি: দিনৰ আগবেলাত আপোনাৰ বাবে সামান্য জটিল হ’ব যেন লাগিছে ৷ অৱশ্যে প্ৰতিকূলতাৰ মাজতো আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা সুফল লাভ কৰিব ৷ পঢ়ুৱৈসকলে কোনো ক্ষেত্ৰত সফলতা উপভোগ কৰিব ৷ আজি আপোনাৰ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ অৱশ্যে দ্বিতীয়াৰ্ধত পৰিস্থিতিৰ সামান্য উন্নতি হ’ব যেন লাগিছে, কিয়নো তেতিয়া আপুনি লক্ষ্য কৰিব যে আপোনাৰ স্বাস্থ্যৰ লাহে লাহে উন্নতি হৈ আছে ৷ কৰ্মস্থলীত দিনটো ভালদৰে পাৰ হ’ব ৷ তেওঁলোকে আপোনাক সহায় কৰিব ৷ কৰ্মস্থলীত প্ৰতিযোগিতাৰ সন্মূখীন হ’ব ৷

সিংহ ৰাশি: আজি সাৱধানতা অৱলম্বন কৰক ৷ আজি আপুনি বহুত চাপ আৰু দুশ্চিন্তাত থাকিব, যাৰ ফলত গোটেই দিনটো আপুনি অস্থিৰ হৈ থাকিব ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ লগতে নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ অতিৰিক্ত ধন উপাৰ্জনৰ উপায় উলিওৱাৰ বাবে সময়টো ভাল ৷ সন্তানক লৈ চিন্তিত থাকিব ৷ ধ্যান কৰক তেতিয়া আপোনাৰ অস্থিৰ মনে কিছু সকাহ পাব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সু-প্ৰসন্ন ৷ এয়া হ’ল আনন্দ-ফুৰ্তি কৰাৰ সময় ৷ আপোনাৰ পৰিয়াল আৰু বন্ধুসকলে আপোনাৰ উপকাৰত আহিব পৰা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ এয়া তেওঁলোকক আপোনাৰ প্ৰতি অধিক ঘনিষ্ঠ কৰি তুলিব ৷ দুপৰীয়াৰ ভাগত শৰীৰক জিৰণি দিয়ক ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব, কিয়নো এইবোৰ আপোনাৰ কাৰণে বিপদ মাতিব পাৰে ৷

তুলা ৰাশি: ইতিবাচক হৈ থাকক আৰু নেতিবাচক মনোভাৱ এৰাই চলক ৷ এই সময়ছোৱাত পৰিপক্বতা দেখুৱালে আপুনি উপকৃত হ’ব পাৰে ৷ ঘৰত কোনো ধৰণৰ কাজিয়া বিবাদ সৃষ্টি হ’বলৈ নিদিব ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ এনেকুৱা পৰিস্থিতিক পাৰ হৈ যাবলৈ দিলে দিনটোৰ দ্বিতীয়াৰ্ধ সামান্য উন্নত হ’ব পাৰে ৷ আপোনাৰ চাৰিওফালে সুখ বিৰাজ কৰিব ৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ জন্মিব পাৰে, যি আপোনাৰ প্ৰতিযোগীসকলৰ বিৰুদ্ধে কাম কৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আজি আপুনি সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ আপোনাৰ আজিৰ দিনটো পৰিয়ালৰ সৈতে থাকি আৰম্ভ হ’ব আৰু তেনেকৈয়ে শেষ হ’ব ৷ সুসংবাদ পোৱাৰ বাবে সাজু থাকক, সেই সংবাদ পালে আপোনাৰ আজিৰ দিনটো ভালে যাব ৷ অৱশ্যে সাৱধানে থাকিব, কিয়নো দিনটোৰ শেষৰ ফালে পৰিয়ালৰ লোকৰ সৈতে সুস্থ আলোচনা তিক্ততাৰ ফালে গুচি যাব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ পঢ়ুৱৈসকলে পঢ়াশুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে, অৱশ্যে সেয়া কিছু সময়ৰ বাবেহে ৷

ধনু ৰাশি: আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে ৷ সাৱধানে থাকক! আজি আপোনাৰ চিকিৎসা বা চাৰ্জাৰী কৰাবলগীয়া থাকিলে সেয়া পিছুৱাই দিয়ক, কিয়নো আপোনাৰ গ্ৰহ আজি অনুকূলত নাই ৷ আপোনাৰ আত্মীয়-স্বজনেও প্ৰতিকূল পৰিস্থিতিত পৰিব পাৰে ৷ আপুনি আজি মনোৰঞ্জন আৰু অনুৰূপ ক্ৰিয়াকলাপত ব্যয় কৰিব ৷ অৱশ্যে আপোনাৰ অস্থিৰতা দ্বিতীয়াৰ্ধত সলনি হ’ব, যাৰ ফলত আপুনি তজবজীয়া আৰু পুনৰুজ্জীৱিত ভাৱ অনুভৱ কৰিব ৷ সন্ধিয়া পৰিয়াল আৰু বন্ধুৰ সৈতে হাঁহি-ফুৰ্তি কৰি কটাওক ৷

মকৰ ৰাশি: ব্যৱসায়ী আৰু পেছাদাৰসকলৰ বাবে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ ৷ আপোনাৰ পত্নী আৰু সন্তান আপোনাৰ বাবে প্ৰফুল্লতা কঢ়িয়াই লৈ অহাৰ উপৰি আপুনি আজি সুস্থ আৰু সুখী পৰিয়ালৰ জীৱন উপভোগ কৰিব পাৰে ৷ অৱশ্যে সন্ধিয়াৰ ফালে আপোনাৰ বিৰক্তি আৰু চাপ বাঢ়িব পাৰে ৷ বিতৰ্কৰ সৃষ্টি হ’ব পৰা বা বিবাদত লিপ্ত হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ আপুনি নিজৰ সন্মানক বিপন্ন কৰি তুলিব পাৰে ৷ বিলাসী নৈশভোজ বা বোলছবি উপভোগ কৰাৰ নামত আপোনাৰ বহুত টকা ওলাই যাব পাৰে ৷ ভাবি চিন্তি খৰছ কৰক ৷

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে ৷ ব্যৱসায়ী আৰু পেছাদাৰসকলৰ কাৰণে দিনটো লাভদায়ক কিয়নো আৰ্থিক লাভ হোৱাৰ উপৰিও পদোন্নতিৰো যোগ আছে ৷ ব্যৱসায়ীকলৰ হাতত ধন আহিব, কিয়নো আজি তেওঁলোকে বাকী থকা ধন আদায় কৰিব পাৰে ৷ বহুদিন পিছত পুৰণি বন্ধুসকলক সাক্ষাৎ কৰিব পাৰে ৷ বন্ধুসকলৰ সৈতে ৰোমাঞ্চকৰ ভ্ৰমণত যাওঁক আৰু ভালকৈ সময় কটাওক ৷ ঘৰত আজি শান্তি বৰ্তি থাকিব ৷ সন্তানৰ উন্নতিয়ে আপোনাক গোটেই দিনটো আনন্দত ৰাখিব ৷

মীন ৰাশি: আজি আপুনি হয়তো ভাগৰুৱা অনুভৱ কৰিব ৷ কিন্তু আপোনাৰ ঘৰত আজি বহুদিন পিছত যেতিয়া আপোনাৰ পৰিয়ালৰ লোক আৰু সম্বন্ধীয় ভাই-ভনীসকল আহিব, তেতিয়া তেওঁলোকক লগ পাই আপুনি নথৈ আনন্দিত হ’ব ৷ সাহিত্য আৰু লেখামেলাৰ এটা নতুন চখ আপোনাৰ মাজত উপজিব, সেইবোৰক লৈয়ে হয়তো আপুনি ব্যস্ত থাকিব ৷ আপুনি নতুন কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ কামত হাত দিব পাৰে আৰু কোনো বাধা বিঘিনি নোহোৱাকৈয়ে সেয়া সম্পূৰ্ণ হোৱা দেখিবলৈ পাব ৷ আপোনাৰ কাৰণে আৰ্থিক লাভে অপেক্ষা কৰি আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.