ETV Bharat / bharat

Daily horoscope for 19th january: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 9:45 AM IST

Daily horoscope for 19th january: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily horoscope for 19th january
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেঘৰাশি : আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰ পৰা ভাল খবৰ পাব পাৰে । আৰ্থিক লাভৰ যোগ । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব পাৰে ।

বৃষৰাশি : আজিৰ দিনটো বৰ বিশেষ শুভ নহয় আপোনাৰ বাবে । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । হাতত লোৱা কাম শেষ নহ’বও পাৰে ৷ অধিক ব্যয়ৰ যোগ আছে । কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো ভাল ফলাফল নাপালে আপুনি বিষণ্ণ হৈ পৰিব পাৰে । কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।

মিথুনৰাশি : বিভিন্ন ধৰণৰ লাভৰ যোগ আছে আজি আপোনাৰ ৷ ই আপোনাক আনন্দিত কৰি তুলিব । পত্নী আৰু সন্তানৰ পৰা সু-সংবাদ পাব পাৰে । বন্ধুৰ সৈতে লগ হোৱাৰ যোগ আছে । বিবাহ প্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পোৱাৰ যোগ ।

ককৰ্ট ৰাশি : বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰ পৰা প্ৰচুৰ সহযোগিতা পাব । পদোন্নতিও হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ’ব পাৰে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । ঘৰখনক অলপ বেলেগ ৰূপ দিব পাৰে আজি । অত্যধিক কাম কৰাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপি আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰিব । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।

সিংহৰাশি : দিনটো ধৰ্মীয় অনুভূতিৰে পাৰ হোৱাৰ যোগ । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰা কৰাৰ বাবে আজিৰ দিনটো ভাল । আপুনি হাতত লোৱা কাম সঠিকমতে শেষ কৰিবলৈ আজি সকলো চেষ্টাই কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে ।

কন্যাৰাশি : কথা কওঁতে সাৱধান হওক । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ নহয় । দিনটো বিৰক্তিৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা, খং উঠি থাকিব আপোনাৰ । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰ পৰা সাৱধানে থাকক ।

তুলাৰাশি : প্ৰিয়জন আৰু বন্ধুসকলৰ সৈতে মনোৰঞ্জনমূলক ক্ৰিয়াকলাপত যুক্ত হৈ আপুনি আনন্দ পাব । ভ্ৰমণৰ কাৰণে দিনটো ভাল । আজি হয়তো আপুনি কাপোৰ আৰু ইলেকট্ৰ’নিক সামগ্ৰী কিনিব পাৰে । শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব আপুনি । সন্মান বৃদ্ধি হোৱাৰ যোগ ৷

বৃশ্চিকৰাশি : আজি গোটেই দিনটো আপোনাৰ ঘৰুৱা পৰিৱেশ উখল-মাখল হৈ থাকিব । শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া হৈ থাকিব । আপুনি সহকৰ্মীসকলৰ পৰা সহায় পাব । আৰ্থিক লাভ হ’ব পাৰে । ৰৈ থকা কামবোৰ শেষ কৰিব পাৰিব । যিসকল অসুস্থ হৈ আছিল, তেওঁলোকে কিছু সকাহ পাব ।

ধনুৰাশি : ব্যৰ্থতাৰ কাৰণে হতাশ হৈ পৰি নাথাকিব, মন শক্তিশালী কৰি ৰাখক । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক । সন্তানক লৈ দুশ্চিন্তাত থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

মকৰৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । যিকোনো অপ্ৰত্যাশিত ঘটনাৰ ফলত আপুনি উদ্বিগ্ন হৈ থাকিব । অনিদ্ৰাই আপোনাক আমনি কৰিব পাৰে । পানী আৰু নাৰীৰ ক্ষেত্ৰত সাৱধানে থাকক । আৰ্থিকভাৱে ক্ষতি হ’ব পাৰে । আপোনাৰ সুনাম নষ্ট হ’ব পৰা ঘটনা ঘটিব পাৰে ।

কুম্ভৰাশি : আজি আপুনি মানসিক যন্ত্ৰণাৰ পৰা কিছু সকাহ পাব । মন প্ৰফুল্লিত হৈ থাকিব । দিনটো আনন্দৰ মাজেৰে পাৰ হ’ব । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আকস্মিক মিলনৰ যোগ । গুৰুত্বপূৰ্ণ কাম হৈ উঠিব পাৰে । সৰু-সুৰা ভ্ৰমণ হ’ব পাৰে ।

মীনৰাশি : কথা কোৱাৰ আগত ভাবি চিন্তি নকলে আপোনাৰ চাৰিওফালৰ পৰিৱেশ প্ৰতিকূল হৈ উঠিব । ব্যয় নিয়ন্ত্ৰণ কৰাৰ ফালেও চকু দিব । আৰ্থিক বিষয়ত সাৱধানে চলিব । আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে । আত্মীয়-স্বজনৰ সৈতে অনাকাংক্ষিত কিছু ঘটনাৰ বাবে কিছু নেতিবাচক অৱস্থাৰ সৃষ্টি হ’ব পাৰে । অধিক ভোজন এৰাই চলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.