ETV Bharat / bharat

Daily horoscope for 18th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 18, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

Etv Bharat
Etv Bharat

মেষ ৰাশি: গণেশৰ কৃপা দৃষ্টি লাভ কৰিব ৷ নতুন কাম হাতত ল’ব পাৰে ৷ কৰিবলৈ পাব যি ভবিষ্যতে লাভ দেখুৱাব ৷ সিদ্ধান্ত গ্ৰহণত অসুবিধা হ’ব পাৰে ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব, বিশেষকৈ মহিলাৰ লগত ৷ শান্ত থাকক আৰু আনন্দ কৰক ৷

বৃষ ৰাশি: শান্ত হৈ থাকিব ৷ সময় নষ্ট হ’ব ৷ স্থিৰ হওক আৰু এৰাধৰাৰ মাজেৰে চলক যাতে কামবোৰ সহজ হয় ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷

মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ লাভ বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ পৰিয়াল, বন্ধু আৰু সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷

কৰ্কট ৰাশি: দিনটো ভ্ৰম আৰু দুবিধাৰেই পাৰ হ’ব ৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অপেক্ষা কৰক ৷ কথা কওঁতে সাৱধান হওক ৷ পৰিয়ালৰ লোকৰ লগত মতভেদ হ’ব পাৰে ৷ ভুল বুজাবুজি নহ’বলৈ সিদ্ধান্তবোৰ ভালকৈ লওক ৷ খৰচ বৃদ্ধি ৷ শৰীৰৰ বিশেষভাৱে যত্ন লওক ৷

সিংহ ৰাশি: দিনটো সৌভাগ্যৰে ভৰি থাকিব ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে ৷ লক্ষ্মী দেৱীৰ আৰ্শীবাদ লাভ কৰিব ৷ সম্পত্তি ক্ৰয় কৰিব পাৰে ৷ ব্যবসায়ত উন্নতি লাভ কৰিব ৷

কন্যা ৰাশি: শুভ দিন ৷ চাকৰি বা ব্যবসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পদ্দোন্নতি আৰু ধন লাভ হ’ব ৷ গ্ৰহৰ দশা অতি ভাল ৷ লাভ বৃদ্ধি ৷ শান্তিৰে দিনটো কটাব ৷ দিনটো সুকলমে পাৰ হ’ব ৷

তুলা ৰাশি: শুভ দিন ৷ ব্যবসায়ত লাভ বৃদ্ধি ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা নাপাব ৷ তীৰ্থ ভ্ৰমণৰ যোগ আছে ৷ ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু চিকিৎসকৰ ওচৰলৈ যাব লগিয়া থাকিলে নোযোৱাকৈ নাথাকিব ৷ বিদেশৰ পৰা অহা ভাল খবৰে আনন্দিত কৰি তুলিব ৷

বৃশ্চিক ৰাশি: গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ দিনটো শান্তিৰে পাৰ কৰিব ৷ নতুন ব্যবসায় আৰম্ভ কৰিব বিচাৰিছে যদি অলপ দিন পিচুৱাই দিয়ক ৷ গ্ৰহ ভাল নহয় ৷ ধন হানি হ’ব পাৰে ৷

ধনু ৰাশি: সফলতা লাভ কৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ গৈ সতেজ অনুভৱ কৰিব ৷ ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷

মকৰ ৰাশি: ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ সকলো কাম পৰিকল্পনা মতে হ’ব ৷ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷ ধনৰ আগমন হ’ব ৷ শৰীৰ সুস্থ হৈ থাকিব ৷

কুম্ভ ৰাশি: গঠন মুলক আলোচনাই দিনটো ব্যস্ত কৰি ৰাখিব ৷ প্ৰচুৰ ধনাগমন হলেও খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ গেছৰ বাবে পেটৰ বিষে দিনটো অসুবিধাত পেলাব ৷ শৰীৰৰ যত্ন লওক ৷

মীন ৰাশি: মানসিক আৰু শাৰিৰিক অৱস্থাই দিনটো আমনি কৰিব ৷ পৰিয়ালৰ লগত কাজিয়া বা তৰ্ক হ’ব পাৰে ৷ লোকচান হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.