ETV Bharat / bharat

Daily Horoscope for 16th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 16, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-16th-june
Daily Horoscope for 16th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: পৰচৰ্চা কৰাৰ পৰা আঁতৰত থাকিব ৷ নহ’লে ইয়ে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহী কৰাৰপৰা আঁতৰি থাকিব ৷ সফল হʼব ৷

বৃষ ৰাশি: অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব ৷ ইয়ে স্বাস্থ্যত বিৰোপ প্ৰতিক্ৰিয়া কৰিব পাৰে ৷ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে; সেয়ে মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওঁতে সাৱধান হওঁক ৷ কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব পাৰে ৷ নতুন কাম আৰম্ভ নকৰিব ৷ সহকৰ্মী বা বিৰোধীৰ লগত বিবাদত লিপ্ত নহ’ব ৷ ধৈৰ্য ধৰক ৷

মিথুন ৰাশি: চিন্তামুক্ত হৈ থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ সন্ধিয়ালৈ আৱেগিক হৈ পৰিব পাৰে, যিয়ে চিন্তিত কৰি তুলিব ৷ অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ ব্যয় বৃদ্ধি ৷ যোগাসন কৰক, ইয়ে শান্ত হৈ থকাত সহায় কৰিব ৷

কৰ্কট ৰাশি: কৰ্মস্থলীৰ বন্ধুত্বপূৰ্ণ পৰিৱেশে মন সলনি কৰিব পাৰে ৷ প্ৰতিদ্বন্দীয়ে কৰ্মস্থলীত বেয়াকৈ ক’ব পাৰে ৷ ঘৰৰ পৰিৱেশে দিনটো অধিক আনন্দময় কৰি তুলিব ৷ মানসিক আৰু শাৰীৰিক স্থিতি ভালে থাকিব ৷ খ্যাতি লাভ কৰিব ৷ ভ্ৰমণত শুভ ৷

সিংহ ৰাশি: অপৰিচিত লোকৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব ৷ দিনটো প্ৰায় হ’ব ৷ সফল হʼব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ ব্যৱসায়ত শুভ ৷

কন্যা ৰাশি: এলেহুৱা আৰু দুৰ্বল হৈ পৰিব ৷ ব্যয় বৃদ্ধি ৷ হতাশ হ’ব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

তুলা ৰাশি: পৰিয়ালৰ সদস্যক উপাসনাত কেতিয়াও আহিবলৈ বাধা নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ আবেলি সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

বৃশ্চিক ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ প্ৰেমৰ সম্পর্ক মনোযোগ দিব ৷ নিন্দা আৰু নিৰুৎসাহী কৰাৰপৰা আঁতৰি থাকিব ৷

ধনু ৰাশি: লাভ বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ৷ যোগাসন কৰক, ইয়ে শান্ত হৈ থকাত সহায় কৰিব ৷

মকৰ ৰাশি: দিনটোৰ প্ৰথমভাগত আক্ৰমণাত্মক হৈ থাকিব ৷ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, নহ’লে ইয়ে ব্যক্তিগত সম্পৰ্কত আঘাত সানিব পাৰে ৷ প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে ৷ আপোনাৰ কথাই কাৰোবাক আহত কৰিব পাৰে ৷ এনে পৰিস্থিতি এৰাই চলিবৰ বাবে, মনে মনে থাকিবৰ চেষ্টা কৰক আৰু ধ্যান সাধনা কৰক; ই নিশ্চয় শান্তিপূৰ্ণ মন প্ৰদান কৰিব ৷ দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি উন্নত হ’ব ৷ ঘৰৰ পৰিবেশ শান্ত আৰু আনন্দময় হ’ব ৷ বিবাহিতসকলৰ বাবে শুভ ৷

কুম্ভ ৰাশি: এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হয় ৷

মীন ৰাশি: দিনটো আনন্দময় হ’ব ৷ কামৰ দ্বাৰা জ্যেষ্ঠসকল সন্তুষ্ট হ’ব ৷ লাভ আৰু আয় বৃদ্ধি পাব ৷ পিতৃ আৰু অন্য বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.