ETV Bharat / bharat

Daily Horoscope for 15th September: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Sep 15, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-15th-september-2022
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো উৎসাহ আৰু উদ্দীপনাৰে পাৰ হ’ব ৷ মানসিক আৰু শাৰীৰিক স্থিতি ভালে থাকিব ৷ অস্বাস্থ্যকৰ আহাৰ গ্ৰহণৰ পৰা বিৰত থাকক ৷ আশাবাদী হৈ থাকিব ৷

বৃষ ৰাশি: মতামত বিনিময়ৰ মনোভাৱেৰে থাকিব ৷ ঘৰটো নকৈ সজাব পাৰে ৷ মাতৃ আৰু সহকৰ্মীসকলৰ লগত সম্পৰ্ক অতি উন্নত হ’ব ৷ নতুন মানুহৰ লগত পৰিচয় হ’ব ৷ সন্তানৰ লগতো সম্পৰ্ক বন্ধুৰ দৰে হ’ব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব ৷

মিথুন ৰাশি: ব্যৱসায়ীসকলে কামত সফল হ’ব৷ বৌদ্ধিক আলোচনাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি ৷ সুখী আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ কামৰ হেঁচা বৃদ্ধি ৷ চাপমুক্ত অনুভৱ কৰিব ৷ মানৱীয় প্ৰবৃত্তিৰ বাবে সক্ৰিয়ভাৱে সামাজিক কামত লিপ্ত হ’ব ৷

কৰ্কট ৰাশি: নিজৰ মনৰ মতে কাম কৰিব ৷ কোনো অপ্ৰত্যাশিত কাম হাতত লোৱাৰ সম্ভাৱনা আছে, যদিও কামটো ঠিক মতে নহ’ব ৷ জ্যেষ্ঠসকল চিন্তাত পৰিব ৷ ঘৰটো নতুনৰূপত সজাবলৈ চিন্তা কৰিব পাৰে ৷

সিংহ ৰাশি: পুৱাৰ ভাগত অলস, দূৰ্বল আৰু বিৰক্ত অনুভৱ কৰাৰ সম্ভাৱনা আছে ৷ শান্ত হৈ থাকক আৰু ভদ্ৰভাৱে আচৰণ কৰক ৷ মানসিক আৰু শাৰীৰিক স্থিতি লাহে লাহে ঠিক হৈ আহিব ৷ দিনটোৰ দ্বিতীয়ভাগ আনন্দৰে কটাব ৷ সন্ধিয়াসময়খিনি পৰিয়ালৰ লগত কটাওক ৷

কন্যা ৰাশি: যাত্ৰা আৰু নতুন কাম আৰম্ভ কৰাটো স্থগিত ৰাখক ৷ পৰিকল্পনা অনুসৰি দিনটো বিৰক্তিকৰ হোৱাৰ সম্ভাৱনা আছে ৷ অপ্ৰাসংগিক কথা কোৱাৰ পৰা বিৰত থাকক ৷ সহকৰ্মীৰ লগত সম্পৰ্ক বেয়া হ’ব পাৰে ৷ অস্থিৰ মনটোক শান্ত কৰিবৰ বাবে ধ্যান-সাধনা কৰক ৷

তুলা ৰাশি: চিন্তাভাৱনাই দিনটো আৱৰি ৰাখিব ৷ কথা কোৱাৰ আগতে ভাবি চাওক, যিহেতু অপ্ৰত্যাশিত পৰিস্থিতিত পৰিব পাৰে ৷ সৰ্তক হৈ থাকক ৷ নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ আৰ্থিক লাভ হ’ব পাৰে ৷ ভ্ৰমণত শুভ ৷

বৃশ্চিক ৰাশি: বৌদ্ধিক আলোচনা আৰু সামাজিক সম্পৰ্কৰে ভৰা এটা শুভ দিন ৷ সৌভাগ্যশালী হ’ব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত আনন্দৰে দিনটো কটাব ৷

ধনু ৰাশি: স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে, যদিও সময় লাগিব পাৰে, ধৈৰ্য ধৰক আৰু হতাশ নহ’ব ৷ ভ্ৰমণ নকৰিব ৷ সন্ধিয়া ভাল সংগীত শুনি সময় কটাওক ৷

মকৰ ৰাশি: এটা কঠিন দিনৰ বাবে সাজু হওক ৷ আৱেগশীল হৈ থাকিব পাৰে ৷ যত্নৱান হওক ৷ সমস্যাজনক পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷ পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে ৷ সিদ্ধান্ত গ্ৰহণত পলম কৰিলে বিৰোপ প্ৰতিক্ৰিয়া হ’ব পাৰে ৷ কৰ্মস্থলীত কাম সম্পূৰ্ণ কৰিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লগা হ’ব পাৰে ৷ ট্ৰেফিক নিয়ম মানি চলক, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশি: নতুন কাম আৰম্ভ কৰিব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ঘৰ বা সম্পত্তিৰ বাবে নতুন লেনদেনত সোমাবৰ বাবে উপযুক্ত নহয় ৷ শিক্ষাৰ্থীৰ বাবে এটা সাধাৰণ দিন ৷

মীন ৰাশি: আত্মকেন্দ্ৰিক নহ’ব ৷ কৰ্মক্ষেত্ৰত, সমাজত আৰু সংসাৰত সমৰ্থন লাভ কৰিব পাৰিব ৷ কথা কওঁতে সাৱধান হ’ব ৷ কাজিয়া বিবাদ এৰাই চলিব ৷ মনটো অস্থিৰ হৈ থাকিলে নতুন কাম হাতত নল’ব ৷ ভ্ৰমণত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.