ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 15, 2022, 5:29 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

Daily Horoscope for 15th August
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মনটো ইতিবাচকভাৱে ৰাখিব ৷ লক্ষ্মীদেৱীৰ আৰ্শীবাদ লাভ কৰিব ৷ লাভ বৃদ্ধি ৷ মাতৃৰ ফলৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে ৷

বৃষ ৰাশি: সাৱধানে থাকক ৷ শৰীৰৰ প্ৰতি যত্ন লওক ৷ কোনো কথাকলৈ চিন্তাত পৰিব পাৰে ৷ পৰিয়ালৰ মানুহৰ ৰোষৰ চিকাৰ হ’ব পাৰে ৷ হাতত লোৱা কাম সম্পুৰ্ণ কৰাত বিফল হ’ব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ উন্নতিৰ মুখ দেখা পাব ৷ কোনো দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে ৷

মিথুন ৰাশি: লাভ বৃদ্ধি ৷ শুভ দিন ৷ বিবাহৰ বাবে উপযুক্ত দিন ৷ বন্ধুৰ লগত সময় কটাই ভাল লাগিব ৷ পত্নী আৰু পুত্ৰৰ পৰা ভাল খবৰ আহিব ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ লাভ বৃদ্ধি ৷ উপাৰ্জন বৃদ্ধি ৷

কৰ্কট ৰাশি: সকলো কাম সময়ত শেষ কৰিব পাৰিব ৷ পদোন্নতি লাভ কৰিব ৷ পাৰিবাৰিক ক্ষেত্ৰত সদস্যসকলৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে ৷ মাতৃৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷ চৰকাৰী কামকাজত সফলতাৰ মুখ দেখা পাব ৷

সিংহ ৰাশি: মধ্যমীয়া ফল লাভ কৰিব ৷ কিছুমান কথাই খং উঠাব ৷ বিদেশত থকা প্ৰিয়জনৰ পৰা খবৰ পাব ৷ সন্তানৰ কিছুমান সমস্যাই মানসিকভাৱে চিন্তিত কৰি তুলিব ৷

কন্যা ৰাশি: নতুন কামৰ আৰম্ভণি নকৰাই ভাল ৷ ৰাস্তাৰ কাষৰ খোৱা বস্তুৰ দোকানৰ পৰা খাদ্য খোৱা বন্ধ কৰক নহ’লে বেমাৰত পৰিব ৷ খং দমন কৰক ৷ নহ’লে বিপদত পৰিব ৷ পৰিয়ালৰ লগত হোৱা আলোচনাই মনত দুখ দিব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ বেআইনি আৰু অনৈতিক কামকাজৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি: সৌভাগ্যশালী দিন ৷ বিভিন্ন ধৰনৰ সাংস্কৃতিক কামকাজত ব্যস্ততাৰে দিনটো পাৰ হ’ব ৷ নতুন কাপোৰ আৰু অলংকাৰ কিনিব পাৰে ৷ মানসিক আৰু শাৰিৰিকভাৱে সতেজতা অনুভৱ কৰিব ৷ সামাজিকভাৱে সন্মান লাভ কৰিব ৷

বৃশ্চিক ৰাশি: পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ লাভ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱে সতেজ অনুভৱ কৰিব ৷ শাৰীৰিক অসুস্থতা দূৰ হ’ব ৷ কাযক্ষেত্ৰত সহযোগিতা লাভ কৰিব ৷ বন্ধুৰ পৰা সহায় পাব ৷ কোনো আধৰুৱা কাম সমাপ্ত কৰিব পাৰিব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ ধনৰ আগমন হ’ব ৷

ধনু ৰাশি: ভ্ৰমনৰ পৰিকল্পনা অলপ দিনৰ কাৰণে বাদ দিয়ক ৷ খাদ্য হজমী ব্যৱস্থাই অসুবিধাত পেলাব ৷ দিনটো চিন্তিত হৈ থাকিব ৷ কামত অকৃতকাৰ্যতাই মনত ক্ৰিয়া কৰি থাকিব ৷ খঙক দমনৰ চেষ্টা কৰক আৰু আলোচনাৰ পৰা নিজকে আঁতৰাই ৰাখক ৷ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত ব্যস্ত ৰাখক ৷ প্ৰিয়জনৰ লগত ভাললগা সময় কটাওক ৷

মকৰ ৰাশি: এলাহ ভাৱৰ বাবে শৰীৰ আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত কাজিয়া হ’ব পাৰে ৷ বুকুৰ বিষ আৰু ৰাতি নিদ্ৰাহীনতাত ভূগিব পাৰে ৷ সামাজিক সন্মান হানি হ’ব পাৰে ৷ দিনটো আনন্দ বিহীন অনুভৱ হ’ব ৷ পানীৰ পৰা সাৱধানে থাকক ৷ ধ্যান আৰু যোগৰ অভ্যাস কৰক ৷

কুম্ভ ৰাশি: দিনটো আনন্দৰে কটাব ৷ বন্ধুৰ লগত সময় কটাব পাৰিব ৷ সৰু ভ্ৰমণৰ আয়োজন কৰিব পাৰে ৷ কামত সফলতা লাভ কৰিব ৷

মীন ৰাশি: খঙৰ বাবে কৰোবাক কটু কথা শুনাব পাৰে ৷ শৰীৰৰ প্ৰতি যত্ন লওক ৷ টকাৰ লেনদেনত সাৱধান হওক ৷ পৰিয়ালৰ লগত অলাগতিয়াল বিষয়ত তৰ্কা-তৰ্কিৰ পৰা আঁতৰি থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.