ETV Bharat / bharat

Daily Horoscope for 14th September: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Sep 14, 2022, 5:08 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

Daily Horoscope for 14th September 2022
আজি দিনটোৰ ৰাশিফল

মেঘ ৰাশি: শুভ দিন ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে দিনটো কটাব ৷ মাতৃৰ পৰা উপকাৰ পোৱাৰ সম্ভাৱনা আছে ৷ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷

বৃষ ৰাশি: সাৱধান হ’ব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে ৷ যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব ৷ অধিক ব্যয় হ’ব ৷ সফল হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷

মিথুন ৰাশি: প্ৰচুৰ লাভৰ যোগ আছে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ আদৰ্শ জীৱনসংগী পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বন্ধুসকলৰ সৈতে দিনটো আনন্দৰে যাব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ দিনটোক আকৰ্ষণীয় কৰি তুলিব ৷

কৰ্কট ৰাশি: দিনটো অনুকূল হ’ব ৷ সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব ৷ কামত সফল হ’ব ৷ পদোন্নতিক যোগ আছে ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ গৃহসজ্জাৰ কামকাজ কৰিব পাৰিব ৷ অফিচৰ কামত ভ্ৰমণলৈ যাব পাৰে ৷ মাতৃৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে ৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷

সিংহ ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ লক্ষ্য স্থিৰ কৰিব ৷ তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ সামান্য আগ্ৰাসী হৈ উঠিব পাৰে ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে ৷ সন্তান সম্বন্ধীয় দুশ্চিন্তাত ভুগিব পাৰে ৷ ব্যৱসায়ীসকলে কিছু বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷

কন্যা ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ ৷ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷ জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱালোৱা এৰাই চলক ৷ নিজৰ মুখত লেকাম টানি ৰাখক ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত আলোচনা কৰাৰ পৰা দূৰত থাকক ৷ সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক ৷ ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে ৷ বেআইনী বা চৰকাৰ-বিৰোধী কামকাজত লিপ্ত নহ’ব ৷ কাজিয়া-বিবাদত জড়িত নহ’ব ৷

তুলা ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ নতুন কানি কাপোৰ কিনিব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব ৷ সামাজিক সন্মান লাভ কৰিব পাৰে ৷ সংগীৰ সৈতে শাৰীৰিকভাৱে ঘনিষ্ঠ হোৱাৰ ফলত দিনটো উত্তেজনাপূৰ্ণ হৈ উঠিব ৷ ক’ৰবাত ফুৰিলবৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দপূৰ্ণ হৈ থাকিব ৷ দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ৷ অসুস্থতাত ভুগি থকা লোকসকলে কিছু সুস্থ বোধ কৰিব পাৰে ৷ অফিচত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে ৷

ধনু ৰাশি: ভ্ৰমণলৈ যাব পাৰে ৷ দিনটো সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ উদ্বিগ্ন হৈ থাকিব ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ প্ৰিয়জনসকলৰ সৈতে সময় কটাব পাৰে ৷ বুদ্ধিজীৱী আলোচনাৰ পৰা দূৰত থাকক ৷

মকৰ ৰাশি: মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ নাথাকিবও পাৰে ৷ উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ প্ৰিয়জলসকলৰ সৈতে বিবাদত জড়িত হৈ পৰিব পাৰে ৷ বুকুৰ বিষে কষ্ট দিব পাৰে ৷ লাঞ্ছিত হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ নাৰীৰ পৰা সাৱধান ৷ পানীৰ পৰা দূৰত থাকক ৷ অত্যধিক উদ্বিগ্ন হৈ থাকিব পাৰে ৷

কুম্ভ ৰাশি: মানসিকভাৱে প্ৰফুল্লতা অনুভৱ কৰিব পাৰে ৷ দুশ্চিন্তাত ভূগিব ৷ ভ্ৰমণলৈ যাব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে ভালে থাকিব ৷ ওচৰে-পাজৰে ক’ৰবাত ফুৰিবলৈ যাব পাৰে ৷

মীন ৰাশি: ব্যয় অধিক হ’ব ৷ কথাবতৰা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ধন সম্বন্ধীয় বিষয়ত সতৰ্ক থাকক ৷ মানসিক আৰু শাৰীৰিক অৱস্থা মধ্যমীয়া হৈ থাকিব ৷ নেতিবাচক চিন্তাৰে নিজক বিষণ্ণ হ’বলৈ নিদিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.