ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 14, 2021, 12:21 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দ ফল লাভ ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰিব পাৰে ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ কাষৰীয়া লোকসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হʼব পাৰে ৷ নতুন বস্তু ক্ৰয় কৰিব পাৰে ৷ নকৈ ব্যৱসায় আৰম্ভ কৰিব ৷ ভ্ৰমণৰ যোগ ৷

কৰ্কট ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় বৃদ্ধি, লাভাৰ্জন ৷ অৱশ্যে খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷

সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰিব ৷

কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ শান্ত বা মধুৰ বাক্যই শ্ৰোতাসকলক উৎসাহিত কৰিব ৷ ধ্যান বা যোগাসন কৰক ৷ প্ৰেমত শুভ ৷ কাৰ্ম-ব্যৱসায়ত কিছু সতৰ্ক হওক ৷

তুলা ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো মধ্যমীয়া ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ যতন লওক ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কু-পথত নচলিব ৷ শিক্ষার্থীসকলৰ বাবে শুভ দিন ৷

মকৰ ৰাশি : দিনটো শুভ ৷ মানসিক শান্তি লাভ ৷ ভাগ্য ভাল ৷ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে সম্পৰ্কবোৰ মধুময় হ’ব ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷ শান্ত হৈ কৰ্ম কৰক ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.