ETV Bharat / bharat

Daily Horoscope for 13th September: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Sep 13, 2022, 5:07 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-13th-september-2022
আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: মনোযোগ আৰু একাগ্ৰতাৰ অভাৱ হ’ব ৷ ধ্যান সাধনা আৰু যোগাসন কৰক৷ বিনিয়োগকাৰীসকলে বিভিন্ন স্থানত ধন বিনিয়োগ কৰাৰ আগতে সতৰ্ক হওক৷ দিনটো অতি ফলপ্ৰসূ নহ’বও পাৰে ৷ আইনী নথিপত্ৰত হস্তাক্ষৰ কৰোতে সাৱধান হওক ৷ দিনটো সুখময় হ’ব ৷ ঘৰুৱা সমস্যাসমূহো দূৰ হ’ব ৷ কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে ৷ ব্যয় বৃদ্ধি ৷

বৃষ ৰাশি: মনোৰঞ্জন আৰু সংঘৰ্ষ এই দুই শব্দৰ মাজেৰেই দিনটো পাৰ হ’ব ৷ ভ্ৰমণত শুভ ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ক্লান্ত আৰু উদ্বিগ্ন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ সদস্যৰ লগত হোৱা বিবাদে ঘৰুৱা পৰিৱেশ নষ্ট কৰিব পাৰে ৷ শান্তি বৰ্তাই ৰাখক; নিজৰ জিভাক নিয়ন্ত্ৰণ কৰক আৰু উদ্দেশ্যপ্ৰণিত মনোভাৱ ৰাখক ৷ ব্যয় বৃদ্ধি ৷ সমস্যাসমূহৰ লেনদেন কৰোতে সাৱধান হওক ৷

মিথুন ৰাশি: ব্যৱসায়ী আৰু ব্যাৱসাযৰ বাবে শুভ দিন ৷ লাভ বৃদ্ধি ৷ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব ৷ প্ৰচেষ্টা, দক্ষতাই কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিব ৷ পদোন্নতি লাভ কৰিব ৷ বন্ধুবৰ্গৰ লগত ভ্ৰমণলৈ যাব পাৰে৷ আৰ্থিক লাভ হ’ব ৷

কৰ্কট ৰাশি: দিনটোৰ আৰম্ভণি ভালদৰে নহ’ব পাৰে, কিন্তু পাৰহৈ যোৱা প্ৰতি ঘণ্টাৰ লগত ই উন্নত হৈ আহিব ৷ উদ্বেগ, ক্লান্তি আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যকৰ খাদ্য খাওঁক আৰু যোগাসন বা ধ্যানসাধনা কৰক ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপাবও পাৰে ৷ অধিক পৰিশ্ৰম কৰক ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷ সামাজিক দিশত সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: এটা মিশ্ৰিত দিন ৷ অনৈতিক বা অবৈধ কাৰ্য্যকলাপৰ পৰা বিৰত থাকক, সমস্যাত পৰিব পাৰে ৷ কাৰ্য্যালয়ত কামৰ বোজা বৃদ্ধি পাব ৷ কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ক্লান্তিয়ে স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ সম্ভাৱনা আছে ৷ আকস্মিক আৰ্থিক লাভৰ সংযোগ আছে ৷ বিৰোধী আৰু প্ৰতিদ্বন্দীৰ লগত কথোপকথন কৰা বা বিবাদত লিপ্ত হোৱাৰ পৰা আতঁৰত থাকক ৷

কন্যা ৰাশি: স্বীকৃতি আৰু সন্মান লাভ কৰিব ৷ পেচাগত দিশত ব্যৱসায়িক পাৰ্টনাৰ সকল উপকৃত হ’ব ৷ আৰ্থিকভাৱে লাভ প্ৰাপ্ত কৰিব ৷ স্বাস্থ্য ঠিকে নাথাকিবও পাৰে, লক্ষ্য ৰাখক ৷ যোগাসন, ধ্যান সাধনা আৰু উপাসনাই মনটো শান্ত আৰু চিন্তামুক্ত কৰি ৰাখিব ৷

তুলা ৰাশি: আত্ম-বিশ্বাস আৰু দৃঢ়তাৰে কামবোৰ সম্পূৰ্ণ কৰিব ৷ অধিক উত্তেজিত হোৱাৰ পৰা নিয়ন্ত্ৰিত থাকক ৷ ঘৰতো পৰিৱেশটো আনন্দময় হ’ব ৷ জিভাক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ শিল্পীসকলৰ বাবে অতি অনুকূল দিন ৷ প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোকৰ বাবে এটা আদৰ্শ দিন ৷ সাহিত্য কৰ্মই মনোযোগ আকৰ্ষণ কৰিব আৰু কিতাপৰ জগতত পৰ্যাপ্ত সময় কটাব পাৰিব ৷ শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিকূল দিন হ’ব, শিক্ষাত ভাল প্ৰদৰ্শন কৰিব৷ বিনিয়োগকাৰীসকলে লাভ আদায় কৰিব পাৰিব ৷ আত্মবিশ্বাস আৰু দৃঢ়তাৰে পূৰ্ণ থাকিব ৷ সুস্থ থাকিব ৷ মাত্ৰ ধৈৰ্য ধৰিব ৷

ধনু ৰাশি: সম্পূৰ্ণ দিনটো সৰ্তক হৈ থাকক ৷ মাতৃৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰতিকূল ঘৰুৱা পৰিৱেশে নেতিবাচক মনোভাৱ প্ৰদান কৰিব পাৰে ৷ ইতিবাচক হৈ থাকিবৰ চেষ্টা কৰক ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে ৷ আৰ্থিক ক্ষতি হ’ব পাৰে, সাৱধান হওক ৷ মধ্যাহ্নৰ পিছত সকলো ঠিক হ’ব আৰু সমস্যাৰ পৰা বাহিৰ হ’ব ৷ শৰীৰিক ভংগীমাও ইতিবাচক হ’ব ৷ শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল হ’ব ৷

মকৰ ৰাশি: সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ঘৰুৱা পৰিৱে সুখৰ হ’ব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পেচদাৰী দিশত অধ্যৱসায় আৰু যোগ্যতাৰ দ্বাৰা সকলোকে মোহিত কৰিব ৷ প্ৰতিদ্বন্দীক দমন কৰিব ৷ মধ্যাহ্নৰ পিছত পৰিস্থিতি নিম্নগামী হ’ব পাৰে ৷ সাহসী হওঁক আৰু আৱেগক নিয়ন্ত্ৰণ কৰক ৷ মাতৃৰ স্বাস্থ্যও চিন্তাৰ বিষয় হ’ব পাৰে ৷ স্থায়ী সম্পত্তি সম্বন্ধীয় বিষযত লেনেদেন কৰোতে সাৱধান হওক ৷

কুম্ভ ৰাশি: দিনটো অতি কঠিন হ’ব পাৰে ৷ ক্ৰোধ হঠাতে বৃদ্ধি পাব পাৰে ৷ ঘৰত আৰু অফিচত পৰিবেশ নষ্ট নকৰিবৰ বাবে সচেতন হওক ৷ কথা কোৱাৰ আগতে ভাৱক৷ সমালোচক দৃষ্টিভংগীয়ে দিনটোত প্ৰতিবন্ধতাৰ সৃষ্টি কৰিব পাৰে ৷ নেতিবাচক মনোভাৱ আতঁৰাই ৰাখক ৷ মধ্যাহ্নৰ পিছত পৰিস্থিতি উন্নত হ’ব ৷ ঘৰুৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ পেচাগত দিশত সফল হ’ব ৷

মীন ৰাশি: মীনৰাশিৰ লোকৰ বাবে এটা ঘটনাপূৰ্ণ আৰু সুখৰ দিন ৷ দিনটো আনন্দময় মনেৰে থাকিব ৷ যত্নবান হওক ৷ মধ্যাহ্নৰ পিছত সকলো ঠিক নাথাকিবও পাৰে ৷ পৰিয়ালৰ লোকসকলৰ লগত বিবাদত লিপ্ত নহ’ব ৷ নতুন কাম আৰু প্ৰকল্প হাতত লব পাৰে৷ দিনটো ফলপ্ৰসূ হ’ব ৷ নেতিবাচক চিন্তাধাৰক দূৰত ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.