ETV Bharat / bharat

Daily Horoscope for 12th September: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Sep 12, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: চৰ্দি-কাঁহ-জ্বৰ ইত্যাদি হ’ব পাৰে ৷ মানসিকভাৱে অশান্তি লাভ কৰিব ৷ আনৰ হৈ বিত্তীয় লেনদেন নকৰিব ৷ আনৰ হৈ কোনো কথা নিদিব৷ আত্মবিশ্বাসৰ অভাৱ হ’ব ৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা বৃদ্ধি হ’ব ৷

বৃষ ৰাশি: দিনটোৱে সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনিব ৷ লাভ আৰু পদোন্নতিৰ যোগ আছে ৷ ব্যৱসায়ৰ পৰা অত্যধিক লভ্যাংশ পোৱাৰ আশা আছে ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সময় কটাব ৷

মিথুন ৰাশি: দিনটো আনন্দদায়ক আৰু শুভ ৷ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ প্ৰশংসা লাভ কৰিব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে ৷ পদোন্নতিৰ প্ৰবল যোগ আছে ৷ শৰীৰ-মন ভালে থাকিব ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে সুযোগ আহি আছে ৷ সকলো কাম সফলভাৱে সম্পন্ন হ’ব ৷ কোনো গুৰুত্বপূৰ্ণ আলোচনাত বহিব পাৰে ৷ কামত সুখী হ’ব ৷ পদোন্নতিৰ যোগ আছে ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণত শুভ ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ ধৰ্মীয় আৰু শুভ অনুষ্ঠানত ব্যস্ত হৈ থাকিব ৷ ধৰ্মীয় স্থানত ভ্ৰমণলৈ যাব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ প্ৰিয়জনৰ পৰা সুসংবাদ পাব পাৰে ৷ কামৰ প্ৰতি মনোযোগ দিয়ক ৷

কন্যা ৰাশি: নতুন কাম হাতত নল’ব ৷ ৰাস্তাত বিক্ৰী হোৱা জুতিলগা খাদ্য আদি নাখাব ৷ খঙক নিয়ন্ত্ৰণত ৰাখক আৰু কাৰো বিৰুদ্ধে কোনো কটুবাক্য প্ৰয়োগ নকৰিব ৷ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা আঁতৰত থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত কথাবতৰা বা বিতৰ্কৰ ফলত দুখ পাব ৷ পানীৰ পৰা সাৱধান ৷ ব্যয় বৃদ্ধি ৷ অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷

তুলা ৰাশি: শুভ দিন ৷ ব্যস্ত হৈ থাকিব দিনটো ৷ শাৰীৰিক আৰু মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ সমাজৰ পৰা শ্ৰদ্ধা আৰু সন্মান পাব ৷ দিনটো আনন্দৰে কটাব ৷

বৃশ্চিক ৰাশি: ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব ৷ সুস্থ সবল হৈ থাকিব ৷ শাৰীৰিক-মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ বেমাৰত ভুগি থকা সকল সুস্থ হৈ উঠিব ৷ স্বাস্থ্যৰ উন্নতি হ’ব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়ক ৷ হজমৰ সমস্যাই আমনি দিব পাৰে ৷ সন্তানৰ পঢ়াশুনা আৰু স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ কামত ব্যৰ্থ হোৱাৰ বাবে হতাশ হৈ থাকিব ৷ ক্ৰোধৰ উপৰত নিয়ন্ত্ৰণ ৰাখক আৰু বৌদ্ধিক আলোচনাৰ পৰা বিৰত থাকক৷ সাহিত্যৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে ৷ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব ৷ আনন্দ ফূৰ্তি কৰিব ৷

মকৰ ৰাশি: উৎসাহ-উদ্দীপনাৰ অভাৱ হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে উন্নত অৱস্থাত নাথাকিব ৷ পৰিয়ালত সংঘাত হ’ব পাৰে ৷ বুকু বিষ হ’ব পাৰে বা টোপনি নহ’ব পাৰে ৷ সুনাম নষ্ট হ’ব বা সামাজিক মৰ্যাদাৰ হানি হ’ব ৷ মনত আনন্দ আৰু উদ্যমৰ অভাৱৰ বাবে দিনটো বিবৰ্ণ আৰু আমনিদায়ক হৈ থাকিব ৷ পানীৰ পৰা সাৱধান আৰু নাৰীকেন্দ্ৰিক নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক ৷

কুম্ভ ৰাশি: দুশ্চিন্তাই দেখা দিব ৷ দিনটো আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে ৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে ৷ ভাগ্য সুপ্ৰসন্ন হৈ থাকিব ৷ সফলতা লাভ কৰিব ৷

মীন ৰাশি: হিচাপপত্ৰ ঠিক কৰাৰ সময়ত গুৰুত্বপূৰ্ণ কামখিনি আগতে কৰি থওক ৷ ব্যয় বৃদ্ধি ৷ ক্ৰোধ আৰু কথাক নিয়ন্ত্ৰণ নকৰে তেতিয়া হ’লে সংঘাতত লিপ্ত হৈ পৰাৰ আশংকা আছে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া ৷ টকা লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে বিতৰ্ক এৰাই চলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.