ETV Bharat / bharat

Daily horoscope for 12th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 12, 2022, 5:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-12th-october-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গণেশৰ কৃপাত দিনটো আনন্দৰে কটাব ৷ সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব ৷ ব্যৱসায় আৰু খেলত লাভজনক ফল লাভ কৰিব ৷ ঘৰুৱা পৰিৱেশ সুন্দৰ হ’ব ৷ শৰীৰ আৰু মানসিক স্বাস্থ্যৰ উন্নতি হ’ব ৷ পিতৃৰ পৰা ভাল খবৰ পাব ৷

বৃষ ৰাশি: সিদ্ধান্ত গ্ৰহণৰ শান্ত হৈ ভাবি চিন্তিহে লওক ৷ আধা ভাবি লোৱা সিদ্ধান্তই বিপদত পেলাব পাৰে ৷ মানসিক অসান্তিয়ে শাৰীৰিক সমস্যাৰ আৰম্ভণি কৰিব ৷ ইয়ে কামৰ ওপৰত প্ৰভাৱ পেলাব ৷ খৰচ বৃদ্ধি ৷

মিথুন ৰাশি: গণেশৰ কৃপাত শুভ দিন৷ ডাঙৰৰ পৰা উপদেশ পাব ৷ সন্তানৰ পৰা ভাল খবৰ পাব ৷ প্ৰেমত শুভ ৷ ভ্ৰমণ কৰিব পাৰে ৷

কৰ্কট ৰাশি: ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সফল হ’ব ৷ কামত সফলতা আৰু উন্নতি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকলে প্ৰশংসা কৰিব ৷ ঘৰুৱা পৰিৱেশ সুখৰ হ’ব ৷ ঘৰটো নকৈ সজাব পাৰে ৷ শৰীৰ ভালে থাকিব ৷ বৈবাহিক জীৱন সুখৰ হওক ৷

সিংহ ৰাশি: দিনটো সুখৰ হ’ব ৷ জমা কৰি থোৱা কাম সম্পুৰ্ণ হ’ব ৷ লাভ বৃদ্ধি ৷ খঙাল হৈ থাকিব ৷ তৰ্কৰ পৰা আঁতৰত থাকিব ৷ ভ্ৰমণত শুভ ৷ শান্ত হৈ থাকিব ৷

কন্যা ৰাশি: খঙাল হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰাৰ সময় নহয় ৷ আনকি মেৰামতি কৰাও ফলদায়ক নহয় ৷ তৰ্ক বিতৰ্ক বহুত বেছি হ’ব ৷ মিছা অপবাদ দিয়া হব পাৰে, যিয়ে মানসিক শান্তি ব্যাহত কৰিব আৰু নিজকে অপমানিত বোধ কৰিব ৷ সাৱধান হ’ব ৷ ব্যবসায়িক প্ৰতিদ্বন্দীসকলে বিপদত পেলাব পাৰে ৷ ভ্ৰমণ এৰাই চলক ৷

তুলা ৰাশি: শুভ দিন ৷ কোনো পুৰণি বন্ধুক লগ কৰিব পাৰে ৷ চিন্তাবোৰ আঁতৰি যাব ৷ প্ৰিয়জনৰ লগত বজাৰ কৰিবলৈ যাব পাৰে ৷ সন্মান বৃদ্ধি হ’ব ৷

বৃশ্চিক ৰাশি: গ্ৰহৰ প্ৰভাৱত দিনটো শুভ হ’ব ৷ প্ৰেমত পৰা আৰু বিবাহৰ উত্তম যোগ আছে ৷ প্ৰেমত বা বিবাহত অলপ সময় লোৱাৰ দৰকাৰ ৷ সন্মান লাভ কৰিব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷

ধনু ৰাশি: সফলতা নোপোৱালৈকে যুজি থাকক ৷ আশা নেহেৰুৱাব ৷ আজিৰ দিনটো বৰ সহজ নহয়, আশা কৰা ধৰণৰ ফল লাভ নকৰিব পাৰে ৷ সহযোগিতাৰ অভাৱ অনুভৱ কৰিব ৷ ভ্ৰমণৰ চিন্তা সদ্যহতে বাদ দিয়ক ৷

মকৰ ৰাশি: দিনটো বৰ সুন্দৰ নহয় ৷ ভাগৰুৱা আৰু এলাহ অনুভৱ কৰিব ৷ নিদ্ৰাহিনতাই অসুবিধাত পেলাব ৷ শান্ত হওক ৷ ভাল চিন্তা কৰক ৷ প্ৰিয়জনৰ লগত কথা পাতক আৰু হাঁহিবলৈ চেষ্টা কৰক ৷

কুম্ভ ৰাশি: বেয়া সপোন বা চাৰিওফালে ঘটি থকা ঘটনাই মনত ক্ৰিয়া কৰি থাকিব ৷ পত্নী বা ভাতৃ-ভগ্নীৰ লগত সময় কটাওক ৷ ভ্ৰমণৰ বাবে শুভ ৷

মীন ৰাশি: কথা পাতোতে কি কথা পাতিছে বা কাৰ লগত পাতিছে মন কৰক ৷ ভুলবুজা বুজি আৰু কাজিয়া হ’ব পাৰে ৷ কামত মনোযোগ দিব ৷ কৰো পৰা ধাৰ নল’ব আৰু কাকো ধাৰ নিদিব ৷ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ৷ লাভ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.